The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ডিঙি কাটি হত্যা ভাতৃ_ভগ্নীক

কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী দূ্ৰ্গামাৰীত একেটা পৰিয়ালৰে ভাতৃ-ভগ্নীক অচিনাক্ত দুস্কৃতিকাৰীয়ে ডিঙি কাটি হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । অচিনাক্ত দুস্কৃতিকাৰীৰ হাতত অকাল মৃত্যুক সাৱটি লোৱা ভাতৃ-ভগ্নীহাল হ’ল দূৰ্গামাৰীৰ আব্দুল বাতেনৰ সন্তান ক্ৰমে আজমল শ্বেখ আৰু মেৰেজা খাটুন…

সাহিত্যিকৰ নহয়, বিধায়কৰ ফটোৰে ভৰিল সাহিত্য সভা

অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অধিৱেশনৰ আজি দ্বিতীয় দিন।আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী সময় সূচী অনুসৰিয়েই সুকলমে অনুষ্ঠিত হৈ যায়। তাৰ পিছতো কিন্তু অধিৱেশনস্থলীৰ কেতবোৰ দৃশ্য দৃষ্টিকটূ হৈ ধৰা দিয়াৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি,…

এক গুলীত দুই চিকাৰ মুখ্যমন্ত্ৰীৰ-বিয়াও খালে,মেডিকেলো চালে

অক্টোবৰৰ পৰা আৰম্ভ হ’ব নগাঁও মেডিকেল কলেজৰ শিক্ষাবৰ্ষ । চলিত বৰ্ষতেই কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজো কাৰ্যক্ষম কৰাৰ চেষ্টা কৰা হ’ব । বৃহস্পতিবাৰে নগাঁও মেডিকেল কলেজত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।…

ভূমিৰ অধিকাৰ লাগে গোৰ্খাক

বি টি আৰ চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে ওদালগুৰিৰ ৰাজপথ কঁপালে গোৰ্খা জনসাধাৰণে। মাটিৰ অধিকাৰ বিচাৰি গোৰ্খা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে হাতে হাতে ফেষ্টুন লৈ ওলাই আহে ৰাজপথলৈ।গোলমা গাঁৱৰ পৰা উপায়ুক্ত কাৰ্য্যালয়লৈ উলিওৱা এই প্ৰতিবাদী সমদলত ‘বি টি আৰ চৰকাৰ হায়…

ধন তুলি বিপদত ‘ৰোগী’

সামাজিক মাধ্যমত যিকোনো ৰোগৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি প্ৰায়ে আৱেদন জনোৱা দেখা যায়।এনে আবেদনে প্ৰকৃতাৰ্থত ৰোগীক বহুক্ষেত্ৰত জীৱন ৰক্ষাও কৰা দেখা যায়।কিন্তু কেতিয়াবা আকৌ কিছুসংখ্যক অসৎ প্ৰবৃত্তিৰ লোকে ৰোগীৰ নামত ধন বিচাৰি সহজতে ধন ঘটাৰ লক্ষ্যও লয়।অৱশ্যে এনে ধৰণৰ ঘটনা…

‘প্ৰতিশ্ৰুতি দিলেই হৈ যায় বুলি ভাৱে বিজেপিয়ে!’

‘দৰিদ্ৰৰ পকেট কাটি ধনীক সুৰক্ষিত কৰা বাজেট এইখন’-ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে বুধবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা বাজেটক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এনেদৰে।নতুন বাজেটখনে দৰিদ্ৰৰ পকেট কাটি ধনাঢ্যৰ পকেট মজবুত কৰাত গুৰুত্ব দিছে বুলি কয় মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে। জনজাতীয়,দলিত,পিচপৰা,কৃষক,যুৱক…

বিয়াৰ সাজোন কাচোনেই কাল হ’ল এখন বিয়াত !

মঙলবাৰে ঝাৰখাণ্ডৰ ধানবাদত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।ধানবাদৰ আশীৰ্বাদ টাৱাৰ এপাৰ্টমেণ্টত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১৪ জন লোকক মৃত্যু হয়।এপাৰ্টমেণ্টৰ পৰা মাত্ৰ কিছু নিলগৰ বিবাহ ভৱনত সম্পন্ন হৈছিল কন্যাৰ বিবাহ!বিবাহ অনুষ্ঠানত অংশ ল’বলৈ পৰিয়ালৰ মহিলা সকলে সাজোনকাচোনৰ বাবে ওচৰতে থকা…

বিদ্যুতৰ মাচুল বৃদ্ধি,প্ৰতিবাদত আছুৰ

ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL এ বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। বুধবাৰ অৰ্থাৎ এক ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধি কৰিবলৈ APDCLএ লোৱা…

কলিয়াবৰ কামাখ্যাৰ আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে

নগাঁৱৰ কলিয়াবৰত বুধবাৰে উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।জন্মদিনৰ দিনটোত মুখ্যমন্ত্ৰীয়ে আশীষ ল’লে মা কামাখ্যাত।কলিয়াবৰত বাজেট সম্পৰ্কত মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন।৫৩ টা বসন্ত পাৰ কৰি ৫৪ বৰ্ষত ভৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত…

‘বাজেটখন দেশৰ বাবে নহয়,দলৰ বাবেহে’

অমৃত কালৰ প্ৰথমখন বাজেট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসেনা নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে।বুধবাৰে শিৱসেনাৰ নেত্ৰীগৰাকীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি কয় যে মহাৰাষ্ট্ৰই এই বাজেটত একোৱেই নাপালে৷তাৰ বিপৰীতে গুজৰাট আৰু কৰ্ণাটকে লাভ কৰিলে যথেষ্ট।’প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় ‘উপহাৰৰ মহানগৰী হিচাপে খ্যাত চুৰাট…