Reporting on
চূড়ান্ত অন্ধ বিশ্বাস: ঈশ্বৰক সুখী কৰিবৰ বাবেই উলংগ কৰা হ’ল কিশোৰীক

মধ্য প্ৰদেশৰ দামো জিলাৰ বানিয়া গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘণ্য ঘটনা। গাঁওখনত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱা বাবেই গাওঁখনৰ ছয়গৰাকী কিশোৰীক গাওঁখনৰ চাৰিওফালে উলংগ কৰি লৈ যোৱা হয়। গাঁওবাসীৰ বিশ্বাস যে ইয়াৰ ফলত বৰুণ দেৱতা সন্তুষ্ট…









