The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ব্ৰাহ্মণ বিদেশী নেকি?

‘ব্ৰাহ্মণ বিদেশী’। ‘এই কথা ডি এন এৰ প্ৰতিবেদনে কৈছে’ । ‘ব্ৰাহ্মণ সকলে জাতিৰ ভাগ কৰিছে’ । ‘ব্ৰাহ্মণ সকল ভাৰতৰ মূল নিবাসী নহয়’ । ‘আমাক বিদেশীয়ে এতিয়াও শাসন কৰি আছে’ । অসমৰ মুখ্যমন্ত্ৰীক ডি এন এ পৰীক্ষা কৰিবলৈ আহ্বান অনুসূচিত জাতি…

মিছা বিক্ৰী কৰে ৰাজনীতিকে

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই মূল জ্বলন্ত সমস্যাৰ পৰা ফালৰি কাটিছে ৰাজনৈতিক দলসমূহে।ৰাজনৈতিক দলৰ নেতা সকলে জানে কি কৌশলেৰে সহজ সৰল ভোটাৰক আকৰ্ষণ কৰিব পাৰি।মিছা বিক্ৰী কৰি খায় ৰাজনীতিকে।এই কথা সকলোৱে জানে যদিও কিন্তু ভোটাৰ সময়ত সদায় পতিয়ন যায়। দৰিদ্ৰতা,মুদ্ৰাস্ফীতি,কৰ্মসংস্থাপনহীনতা,কৃষকক…

নৃশংস প্ৰেম

প্ৰাক্তন প্ৰেমিকাক টুকুৰাটুকুৰ কৰিলে প্ৰেমিকে।প্ৰেমিকাৰ মৃতদেহ কাটি পেলাই দিলে কুঁৱাত ।বিগত ৯ নবেম্বৰৰ ঘটনা এয়া।প্ৰেমিকৰ নাম প্ৰিন্স যাদৱ। হত্যাকাণ্ডৰ ঘটনাটো কেতিয়া সংঘটিত হৈছিল তাৰ সঠিক তথ্য নাই আৰক্ষীৰ হাতত।সৌভাগ্যৰ বিষয় এয়ে যে হত্যাকাৰী প্ৰিন্স যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে আৰক্ষীৰ…

খঙত অগ্নিশৰ্মা এগৰাকী সাংসদ,কিন্তু কিয়?

ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে সাংসদ সঞ্জয় ৰাৱটে।শিৱসেনাৰ মুখপত্ৰ ‘চামনা’ৰ সাপ্তাহিক স্তম্ভত ৰাহুল গান্ধীয়ে ছাভাৰকাৰক সমালোচনা কৰাটো বন্ধ কৰিব লাগে বুলি কয় সঞ্জয় ৰাৱটে।অলপতে ‘ভাৰত জোড়ো’ যাত্ৰা সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ…

বিধায়ক প্ৰমোদৰ ‘প্ৰমোদ’ত ভোল গ’ল বিশ্বনাথবাসী

কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ পশ্চিম চাৰিআলিত সাৰ্বজনীন ৰাসমহোৎসৱ অনুষ্ঠিত হৈছে।এই ৰাস মহোৎসৱত বিষ্ণুৰ ভাৱত অবতীৰ্ণ হৈছে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।কেৱল বিধায়ক গৰাকীয়েই নহয়,বিধায়ক গৰাকীৰ পত্নী পৰী বৰঠাকুৰ আৰু পুত্ৰ উদ্দীপ্ত বৰঠাকুৰো অবতীৰ্ণ হৈছে ক্ৰমে লক্ষ্মী আৰু…

অভাৱতেই স্বভাৱ নষ্ট হৈছে চোৰৰ

বিশ্বনাথৰ কুমলীয়াত একে নিশাই চাৰিটাকৈ মছজিদত সংঘটিত হল চুৰি কাণ্ড। দানপাত্ৰ ভাঙি লুটি নিলে কেইবা লক্ষ টকা। বিশ্বনাথত ভিন্ন সময়ত নামঘৰ-মন্দিৰত চুৰি হৈ থকাটো নিময়ত পৰিণত হৈ আহিছে ।কিন্তু এইবাৰ চোৰৰ লক্ষ্য হৈ পৰিছে মছজিদ নিৰ্মাণৰ বাবে ৰখা দানপাত্ৰ।দেওবাৰে নিশা…

বৰ্জন কৰিলে কণ্ঠশিল্পী নীল আকাশক !

কণ্ঠশিল্পী নীল আকাশৰ বিৰুদ্ধে চিমেন চাপৰি যুৱ সমাজে গোচৰ তৰাৰ হুংকাৰ দিছে। অগ্ৰিম ধন লৈও অনুষ্ঠানত উপস্থিত নহ’ল নীল আকাশ।চিমেন চাপৰি যুৱ সমাজৰ উদ্যোগত ১৫ নবেম্বৰ পৰা ১৮ নবেম্বৰলৈকে অনুষ্ঠিত হৈছিল দিবা-নৈশ যুৱ ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট । ১৮ নৱেম্বৰত প্ৰতিযোগিতাখনৰ…

টকলা উদ্যান,বকৰা মাটিয়ে শিশুৰ মন কঠুৱা কৰে !

শংকৰদেৱ উদ্যানৰ গছৰ সুৰক্ষা বিচাৰি দেওবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ভৰলুমুখৰ নাগৰিক সমিতিয়ে।গুৱাহাটী মহানগৰীৰ প্ৰায় তিনি দশক পুৰণি ঐতিহ্যমণ্ডিত শংকৰদেৱ উদ্যানে যোৱা কেইটামান বছৰত ব্যাপক ভাবুকিৰ সম্মুখীন হৈ আহিছে । মহানগৰীবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ উদ্যানখন বচাবলৈ যোৱা কেইটামান বছৰত…

‘টুপী’ নহয় ‘ব্ৰহ্ম জাপি’ কৃষকক পিন্ধালে মোডী চৰকাৰে

কৃষকে প্ৰতিবাদ সামৰাৰ এটা বছৰ পিছতো ন্যুনতম সমৰ্থিত মূল্য লাভ কৰা নাই ৷ দিল্লীৰ সীমান্তত প্ৰায় ডেৰটা বছৰ প্ৰকৃতিকো প্ৰত্যাহ্বান জনাই কৰা প্ৰতিবাদৰ কোনো ফল নাপালে কৃষকে৷ কেন্দ্ৰৰ মোডী চৰকাৰে ন্যুনতম সমৰ্থিত মূল্য নিদিলে কৃষকক,নিদিলে কোনো ক্ষতিপূৰণো৷আনকি কৃষকৰ বিৰুদ্ধে পঞ্জীয়ন…

ৰেডিছন ব্লুৰ মালিকৰ আত্মহত্যা

ধন -সম্পত্তি, লাহ বিলাহেই জীৱনত সকলো নহয়৷ সকলোবোৰেই পৃথিৱীত ক্ষন্তেকীয়া ! বৈষয়িক সুখে মানুহক মানসিক শান্তি দিব নোৱাৰে৷ তাৰেই যেন এক উদাহৰণ হ’ল ৰেডিছন ব্লু নামৰ পঞ্চতাৰকাযুক্ত হোটেলখনৰ স্বত্বাধিকাৰী৷ হোটেলখনৰ স্বত্বাধিকাৰী অমিত জৈনে শনিবাৰে আত্মহত্যাৰ পথ বাচি ল’লে৷ গাজিয়াবাদৰ কৌচম্বীৰ…