The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কিয় ইমান উদ্ধতালি ৰামদেৱৰ?

২০০৬ চনত ৰামদেৱে প্ৰতিষ্ঠা কৰিছিল পতঞ্জলিৰ৷২০২১ বিত্তীয় বৰ্ষৰ হিচাপ অনুসৰি কোম্পানীটোৰ বছৰেকীয়া আয় আছিল ৩০ হাজাৰ কোটি টকা৷এই আয়ৰ পৰিমাণলৈ লক্ষ্য কৰিলে ২০১৮-১৯ বৰ্ষৰ তুলনাত কোম্পানীটোৰ আয় প্ৰায় ৪০০ গুণ বেছি আছিল৷ কোম্পানীটোৰ প্ৰতিষ্ঠা কালৰে পৰা ৰামদেৱ আৰু তেওঁৰ কোম্পানীৰ…

‘বান্ধোনে’ৰে বান্ধিলে বৃদ্ধক

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ওদালগুৰি আৰক্ষীৰ উদ্যোগত আৰু সেনাবাহিনীৰ সহযোগত ওদালগুৰি অসামৰিক চিকিৎসালয়ত ‘বান্ধোন’ নামেৰে এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত জ্যেষ্ঠ নাগৰিক সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।লগতে একোখনকৈ গৰম উৰা কাপোৰ…

ৰিম-জিমে ৰং সানিছে ৰহাত

ৰহাৰ দুগৰাকী যমজ ভগ্নী ৷ নাম ৰিম আৰু জিম ৷ ঘৰ ৰহাৰ দীঘলদৰিৰ মিলনপুৰত ৷ অবিকল চেহেৰাৰ যমজ ভগ্নী দুগৰাকী ৷ দীঘলদৰি মিলনপুৰৰ প্ৰাঞ্জল নাথ আৰু প্ৰজ্ঞা ৰানী কাকতিৰ জীয়ৰী এই ৰিম আৰু জিম ৷ অবিশ্বাস্যভাবে একে চেহেৰাৰ ভগ্নী দুগৰাকী…

গুৱাহাটী উচ্চ ন্যায়ালয়ক শলাগিলে সাংসদ মহুৱা মৈত্ৰই৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰত্ব পালে উচ্চ ন্যায়ালয়ৰ ৰায়ে ৷ ঘৰ কিয় ভাঙিব, গুৱাহাটী উচ্চ ন্যায়ালয়ে উভতি ধৰিলে অসম চৰকাৰক৷ বুলডজাৰ লৈ ঘৰ ভঙাৰ মজা পালে চৰকাৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্য ন্যায়াধীশ আৰ এম চায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক ন্যায়ালয়ৰ পৰা বুলডজাৰ…

পুনৰ আৰম্ভ সাৰদাৰ তদন্ত

পুনৰ আৰম্ভ সাৰদাৰ তদন্ত পুনৰ সাৰদাৰ পাত লুটিয়াইছে ED এ সোধপোচৰ বাবে মাতিব প্ৰভাৱশালী ব্যক্তিক কোন এই প্ৰভাৱশালী ব্যক্তি? পুনৰ দুটা একাউণ্ট জব্দ কৰিছে ED এ  ৮ টা বছৰ পাৰ হৈ গ’ল৷লুইতৰ বুকুৱেদি পাৰ হৈ গ’ল বহুত পানী৷কিন্তু প্ৰায় ২০০০…

বন্দুকৰ গৰ্জনত নহয়,কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া ছাউনী

কৰ্তব্যৰ স্বাৰ্থত পৰিধান কৰিব পাৰে তেওঁলোকে খাকী পোচাক । কিন্তু তেওঁলোকৰ তেজতো প্ৰবাহিত হৈ থাকে সংস্কৃতিৰ বোৱতী সুঁতি । এফালে যেনেকৈ তেওঁলোক জনতাৰ অতন্দ্ৰ প্ৰহৰী সমান্তৰালভাৱে তেওঁলোক গুৰুজনাৰ আদৰ্শ আৰু সমন্বয়ৰ বাণী উজ্জীৱিত কৰি ৰখাৰো দক্ষ সেনানী । এই কথাকেই…

৮১ বছৰীয়া হ’ল নেপথ্য কণ্ঠশিল্পী দশৰথ দাস

ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰবীণ কণ্ঠশিল্পী দশৰথ দাসৰ ৮১সংখ্যক ওপজা দিন শনিবাৰে পালন কৰা হয়। জন্মদিনত শিল্পীগৰাকীক গুণমুগ্ধই শুভেচ্ছাৰে উপচাই পেলায়। বজালীৰ বাঘমাৰাত উদযাপন কৰা জন্মদিনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অনুৰোধত শিল্পী দশৰথ দাসে গালে এটাৰ পিছত এটা তেওঁৰ…

ধেমালিতে পালেগৈ জে’ল

‘পাকিস্তান জিন্দাবাদ ‘ ৰ’ব,নিচিঞৰিব ! এই ধ্বনি দিয়েই গ্ৰেপ্তাৰ হ’ল ৩ জন ।বহিস্কৃত হ’ল কলেজৰ পৰা সেয়ে কৈছোঁ,নিচিঞৰিব ! ডাঙৰকৈ নক’বও এই দুটা শব্দ। ধেমালিতেও উচ্চাৰণ নকৰিব ! ধেমালিতে পাকিস্তান জিন্দাবাদ ধ্বনি দি জে’লত সোমাল ৩ জন।অভিভাৱককো মাতি আনি দিয়া…

‘বিতোপন’ৰ পৃথিৱী এৰি উলটি নহাৰ বাটেৰে গ’লগৈ প্ৰাৰ্থনা

প্ৰেম কিমান গভীৰ হ’লে প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে । আপুনি হয়তো এনে দৃশ্য প্ৰায়ে দেখিবলৈ পায় ছবি সমূহত কিন্তু আজি আমি আজি যি খবৰ দিব বিচাৰিছোঁ এয়া কোনো ছবিৰ কাহিনীৰ অংশ নহয়। এইয়া সঁচা…

লানি লানি গাড়ী,মালিক কিন্তু প্ৰবঞ্চক

নলবাৰীত আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক।ধৃত প্ৰৱঞ্চকটোৰ নাম ইন্দ্ৰজিৎ দাস। নলবাৰীৰ খাৰজাৰা নিবাসী ইন্দ্ৰজিৎ দাসে ৰাজ্যৰ ভিন্ন ঠাইত প্ৰৱঞ্চনাৰ জাল মেলি গঢ়িছিল সম্পত্তিৰ পাহাৰ।ধুবুৰী,বেলশৰ আৰু নলবাৰী আৰক্ষীয়ে যুটীয়াভাৱে ৰাতিপুৱাৰে পৰা কেবাঘন্টা ধৰি প্ৰৱঞ্চকটোৰ ঘৰত তালাচী চলোৱাৰ অন্তত আটক কৰা হয় ইন্দ্ৰজিত…