The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

সাহিত্য সভাৰ ‘ভাগ্য’ নিৰ্ণয় হ’ব শনিবাৰে !

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি,প্ৰধান সম্পাদক আৰু উপ সভাপতি পদৰ বাবে শনিবাৰে নলবাৰীত হব ভোট গণনা।জিলা গ্ৰন্থাগাৰত গণনা কৰা হ’ব ভোট৷সভাপতি,উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ দৌৰত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে।মুঠ ৭৯১ টা শাখাৰ ৭৯১ টা ভোটে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ।অসম…

মৰ্মান্তিক !১৬ সেনা নিহত

উত্তৰ ছিকিমৰ চেট্টানৰ পৰা থাংগুলৈ গৈ থকাৰ পথত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।ঘটনাটোত ৩ জন কমিছনড অফিছাৰ আৰু ১৩ গৰাকী সেনা নিহত হয়।দুৰ্ঘটনাটোত ৪ জন সেনা গুৰুতৰভাৱে আহত হৈছে।আহত জোৱান সকলক সেনা বিমানৰ সহায়ত উদ্ধাৰ কৰা হয়।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ…

‘যাত্ৰা’ত গ’লেই বিদ্যুৎ বিছিন্ন !

ৰাহুল গান্ধীয়ে কন্যাকুমাৰীত আৰম্ভ কৰা ‘ভাৰত জোড়ো’ যাত্ৰাই ইতিমধ্যে ১১০ দিনত ভৰি দিব !এই সময়চোৱাত দলটোৱে এই যাত্ৰাৰ জৰিয়তে হাৰিয়ানা,মধ্য প্ৰদেশ,ৰাজস্থান আদি ৰাজ্যত পদযাত্ৰা সম্পূৰ্ণ কৰিছে।বিগত দিনবোৰত বিজেপিয়ে এই যাত্ৰা বন্ধ কৰাৰ বাবে নানান কৌশল অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপন…

আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন

●ললিত গগৈ আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন ।আজিকালি চেনেল-প’ৰ্টেলৰ এটা নতুন ট্ৰেণ্ড হৈছে ৰাজনৈতিক নেতা-মন্ত্ৰী-বিধায়কক জন্মদিনৰ শুভেচ্ছা জনাই দুষাৰ বাক্য লিখা ।ক’তা ! দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী, আনকি ৰাজ্যখনৰ সৰ্ববৃহৎ আন্দোলন এটা নেতৃত্ব লোৱা মহন্তক দেখোন কোনেও শুভেচ্ছা…

জেললৈ যাব জয়াপ্ৰদা !

অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা প্ৰাক্তন সাংসদ জয়াপ্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰিছে।ৰামপুৰৰ এখন বিশেষ আদালতে প্ৰাক্তন সাংসদ গৰাকীৰ বিৰুদ্ধে জাৰি কৰিছে এই নিৰ্দেশ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ বিধি উলংঘা কৰাৰ অপৰাধত এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আদালতে।চৰকাৰী অধিবক্তা…

হাইলাকান্দিৰ গাগলাচেৰা চাহ বাগিচাৰ শ্ৰমিকক বিজেপিৰ সাহায্য

যোৱ‍া ১৫ ডিচেম্বৰত হাইলাকান্দি জিলাৰ গাগলাচেৰা চাহ বাগিচাৰ স্বত্বাধিকাৰ আৰু পৰিচালকে অবৈধ আৰু অনৈতিকভাৱে বাগিচাখন হঠাতে বন্ধ কৰি পলায়ন কৰে ।ফলস্বৰূপে, বাগিচাৰ শ্ৰমিকসকলৰ জীৱন অতি সংকটত পৰিছে। অনাহাৰে -অৰ্ধাহাৰে জীৱন অতিবাহিত কৰিব লগিয়া হৈছে বাগিচাৰ শ্ৰমিক সকলে।বৰ্তমান বাগিচাৰ শ্ৰমিকসকল যথেষ্ট…

এটা চিগাৰেটৰ বাবেই নিৰুদ্দেশ মেৰাপানীৰ ৰঞ্জন

বহিঃৰাজ্যৰ এটা ৰাজহুৱা স্থানত চিগাৰেট হুপি আইন উলংঘা কৰি নিৰুদ্দিষ্ট হৈছে গোলাঘাটৰ মেৰাপানীৰ এজন যুৱক। কৰ্মসূত্ৰে বেংগালুৰুলৈ যোৱা মেৰাপানীৰ ২ নং চৰাইমাৰীৰ ৰঞ্জন গগৈ নামৰ যুৱকজনে যোৱা ৩০ নৱেম্বৰত নিজ গৃহলৈ বুলি ৰে’লযোগে আহিবলৈ উপস্থিত হৈছিল কৰ্ণাটকৰ কৃষ্ণাৰাজাপুৰম ৰে’ল ষ্টেচনত।…

যোৰহাটত বেবী ফুটবল লীগ

ফুটবলক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ পৰা ছাত্ৰ -ছাত্ৰী সকল যাতে ফুটবলৰ প্ৰতি অধিক আকৰ্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি FIFA ই ১০ বছৰ পূৰ্বে চিন্তা কৰিছিল আৰু বৰ্তমান ভাৰত বৰ্ষত গ’ল্ডেন বেবী লীগ আৰম্ভ কৰিছে।যোৰহাটতো পোন…

বিমুদ্ৰাকৰণ : ৰায় ২ জানুৱাৰীত

দেশৰ সৰ্বোচ্চ ন্যায়ালয় অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অহা ২ জানুৱাৰীত বিমুদ্ৰাকৰণ সম্পৰ্কত ইয়াৰ ৰায় ঘোষণা কৰিব।২০১৬ চনত চৰকাৰে বিমুদ্ৰাকৰণ সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত প্ৰায় ৩ ডজনৰো অধিক লোকে আৱেদন দাখিল কৰিছিল ন্যায়ালয়ত।বিগত ৭ ডিচেম্বৰত এই সম্পৰ্কত ন্যায়ালয়ত শুনাানি গ্ৰহণ কৰা…

নিজে খুঁটি পুতি নিজেই উজুতি খালে বিজেপিয়ে

চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ এই বিষয়ত সষ্টম হৈ পৰিছে।লগে লগে লোককে দেখুৱাই ৰাজস্থান বিজেপিয়ে ৰাজ্যখনত চলাই থকা ‘জন আক্ৰোশ যাত্ৰা’ ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰে।ৰাজস্থান বিজেপিৰ সভাপতি…