মাহ জুলাই 2025

Real Story of Real Estate: আইন উলংঘনেৰে গুৱাহাটীত ফ্লেট নির্মাণ, প্ৰবঞ্চনাৰ জাল পাতি সাজু ক্ষমতাশালী বিল্ডাৰ

গৌতম প্ৰতিম গগৈ পৰিৱেশ সম্পর্কীয় বিধি উলংঘনেৰে গুৱাহাটীত নির্মাণ হৈছে বৃহৎ বৃহৎ অট্টালিকা-বৃহৎ বৃহৎ আৱাসিক প্ৰকল্প৷ পৰিৱেশ সম্পর্কীয় বিধিৰ চৰম উলংঘনে ভয়াৱহ সংকটৰ আশংকা নমাই আনিছে গুৱাহাটী মহানগৰলৈ৷ তাৰ মাজতে যাৱতীয় আৰু নীতিগত প্ৰক্ৰিয়া অবিহনে ফ্লেট বেচা-কিনা কৰি চৰকাৰী আইনকো…

পুৱতি নিশা ম্যানমাৰৰ আলফা(স্বাধীন)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ; নিহত তিনি জ্যেষ্ঠ নেতা

ম্যানমাৰৰ ঘন জংঘলত নিৰাপদ স্থান বুলি ভবা আলফা (স্বাধীন)ৰ শিবিৰত চলিল ভয়ংকৰ আক্ৰমণ। দেওবাৰৰ পুৱতি নিশা ড্ৰোন আক্ৰমণত তচনচ হৈ পৰিল বিদ্ৰোহী সংগঠনটোৰ চাৰিটাকৈ শিবিৰ। ডেৰশৰো অধিক ড্ৰোন আক্ৰমণত ৭৭৯ আৰাকান কেম্প,ৱাকাথান কেম্প,হয়াত কেম্প আৰু হাকি কেম্প ধ্বংস হয়। অতৰ্কিতে…

অৰ্চিতা ফুকনেই কেৱল নহয়, বলি হৈছে সাংবাদিক ৰবীশ কুমাৰো

ৰাজ্যজুৰি সামাজিক মাধ্যমত এতিয়া অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিতা মহিলাৰ এখন বিশেষ ফটোৱে হৈ চৈ লগোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰাণ প্ৰতিম বৰা নামৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই উৰহীৰ ওৰ ওলাই পৰিছে। বিফল প্ৰেমৰ প্ৰতিশোধ লবলৈয়ে এইগৰাকী প্ৰাণ প্ৰতিমে সহায়…

অসমীয়া ভাষা সংখ্যালঘু ভাষা হ’ব নেকি?

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছতো আমি শংকিত হৈছো যে অসমীয়া ভাষাটো সংখ্যালঘু ভাষাত পৰিণত হব নেকি? স্বতন্ত্ৰতা আৰু মৌলিকতা সাব্যস্ত কৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা আদায় কৰাৰ পাছতো কোনোবাই কিয় ভাবুকি প্ৰদান কৰিব পাৰিছে অসমীয়া ভাষাক…

দুৰ্গত লোকক সাহায্য দি প্ৰশাসনৰ ৰোষত বি জে পিৰ নেতা

প্ৰাকৃতিক দুৰ্যোগৰ বাবেই হওক অথবা অন্য কাৰণতেই হওক আশ্ৰয় শিবিৰত থকা লোকক চৰকাৰৰ লগতে ব্যক্তি,দল-সংগঠনে পাৰ্যমানে সহায়-সাহায্য আগবঢ়ায়। অসমতো এনে লোকক চৰকাৰৰ লগতে ব্যক্তি,দল-সংগঠনে সহায়-সাহায্য আগবঢ়াই আহিছে। পিছে দুৰ্গত লোকক সাহায্য প্ৰদানৰ পূৰ্বে আপুনি এবাৰ ভাবক। কাৰণ সাহায্য দিয়াৰ পাছত…

নেতা-মন্ত্ৰীৰ সম্পত্তিয়ে জোকাৰিছে শাসক দলৰ ভেটি-মাটি, এইবাৰ Tuliram Ronghang-এ শ’লঠেকত পেলাইছে বিজেপিক

মন্ত্ৰী, বিধায়ক আৰু নেতাৰ সীমাহীন সম্পত্তিয়ে এতিয়া জোকাৰিছে শাসকীয় দল বিজেপিৰ ভেটি মাটি৷ প্ৰথমতে মুখ্যমন্ত্ৰী, তাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু এইবাৰ কাৰ্বি আংলঙ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ (Tuliram Ronghang) ৰ সম্পত্তিৰ প্ৰসংগই বাৰুকৈয়ে অস্বস্তিত পেলাইছে শাসকীয়…

BTR Elections: বি টি আৰ দখলৰ যুঁজত বি জে পি-কংগ্ৰেছ; একেদিনাই বড়োভূমিত ড° হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ গগৈ

আসন্ন বড়ো টেৰিটৰিয়েল ৰিজিঅ’নৰ নিৰ্বাচন (BTR Elections)ক কেন্দ্ৰ কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ উঠিছে। শাসকীয় ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু বিৰোধী কংগ্ৰেছ দুয়োটা দলেই ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত জয়ী হ’বলৈ তীব্ৰ প্ৰচেষ্টা চলাইছে। বিশেষকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত…

‘ভোটবন্দী’ আহি আছে; কৰ্তন হ’ব লাখ লাখ নাগৰিকৰ ভোটাধিকাৰ!

২০২৬ ৰ প্ৰথমভাগৰ পৰাই অসমত আৰম্ভ হ’ব নিৰ্বাচনী কুচকৱাজ৷ মে’ মাহত নতুন চৰকাৰে দায়িত্বগ্ৰহণ কৰিব৷ ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ৷ কিন্তু সমস্ত শক্তি প্ৰয়োগ কৰিলেও বিৰোধীয়ে আশাপ্ৰদ ফলাফল লাভ…

অৱশেষত আমেৰিকাত গৃহীত হ’ল ‘One Big Beautiful Bill’

ছিনেটৰ ভোট যুদ্ধত জয়ী হ’ল ড’নাল্ড ট্ৰাম্প। অৱশেষত গৃহীত হ’ল ‘One Big Beautiful Bill’। মঙলবাৰে আমেৰিকাৰ ছিনেটত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ টাই ব্ৰেকিং ভোটেৰে গৃহীত হ’ল বহু বিতৰ্কিত বিলখন। বিলৰ বিপক্ষে ভোট দিলে ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে। ডেমক্ৰেটিক পাৰ্টিৰ লগতে এই…

একেদিনাই মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰত কিনিলে ৩৬ বিঘা অনা কৃষিভূমি

তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷ দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷