Investigative reporting with dedication.
বাহিৰত কেটেৰাজেঙেৰা ভিতৰি বিজেপিলৈ বেথা তৃণমূলৰ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছে আন বিৰোধী দলৰ পৰা ।ঐক্যবদ্ধ বিৰোধীৰ লগত নাই তৃণমূল কংগ্ৰেছ।এই অভিযোগ কংগ্ৰেছ দলৰ।গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ঐক্যবদ্ধ বিৰোধীয়ে দাবী কৰি থকা JPC অৰ্থাৎ যুটীয়া সংসদীয় সমিতি গঠনৰ দাবীৰ প্ৰতিও…










