Investigative reporting with dedication.
মিছন ৪০০

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ হাতত আছে মাত্ৰ এটা বছৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিব পাৰিবনে?হিমাচল প্ৰদেশকে ধৰি মেঘালয়,নাগালেণ্ডত দলটোৱে নিজাববীয়াকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই।তাৰপিছতো কিন্তু আগন্তুক নিৰ্বাচনক লৈ অত্যন্ত আশাবাদী বিজেপি।মুঠ ৫৪৫…










