Investigative reporting with dedication.
CUET ক বৰ্জনৰ দাবী SFI ৰ
ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট(CUET)ৰ জৰিয়তে হ’বলগীয়া নামভৰ্তিৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই), অসম ৰাজ্যিক কমিটিয়ে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ এই…










