সলনি হ’ব চীনৰ ৰাষ্ট্ৰপতি?

Share This Article

কোন হ’ব চীনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? Xi Jinpingএ এৰিব ৰাষ্ট্ৰপতিৰ পদ!আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতেই আৰ্থিকভাৱে চীন বিশ্বৰ দ্বিতীয় বৃহৎ শক্তিশালী দেশ।।উল্লেখ্য যে চীনৰ ৰাষ্ট্ৰপতি গৰাকীৰ হাতত থাকে দেশ খনৰ আৰ্থিক ব্যৱস্থা নিয়ন্ত্ৰণৰ দায়িত্ব। ইয়াৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত প্ৰকাশ পাইছে বিশেষ খবৰ। য’ত চীনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জিনপিঙে ৰাষ্ট্ৰপতি পদ ত্যাগ কৰাৰ কথা প্ৰকাশ পাইছে। চলিত সপ্তাহৰ শেষৰ ফালে চীনৰ কমিউনিষ্ট পাৰ্টীৰ সৰ্বোচ্চ সংগঠন নেশ্যনেল পিপুলচ কনফাৰেন্সৰ এক বৈঠক অনুষ্ঠিত হোৱাৰ কথা। য’ত দেশখনৰ ৩০০০ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু চীনৰ নতুন ৰাষ্ট্ৰপতিৰ নাম ঘোষণা হোৱাৰ কথা। বৈঠকৰ অন্তিম দিনত লি ছিয়াং চীনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা বা এই সন্দৰ্ভত ঘোষণা হোৱাৰ কথা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.