Investigative reporting with dedication.
আৰম্ভ হ’ল দেউৰী সাহিত্য সভা

উদুলি মুদুলি ডম্বৰুধৰ দেউৰী ক্ষেত্ৰ। আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩৫ সংখ্যক দেউৰী সাহিত্য সভাৰ অধিবেশন। অধিবেশন উপলক্ষে প্ৰকাশ পাব ২৩ খনকৈ গ্ৰন্থ, আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব। অন্তিম দিনাৰ মুকলি…










