মাহ জানুৱাৰী 2023

বেয়া বছৰ হ’ব নেকি ২০২৩ বৰ্ষটো ?

●নৱজ্যোতি গগৈ একবিংশ শতিকাৰ আটাইতকৈ বেয়া বছৰ হ’ব পাৰে ২০২৩ বৰ্ষটো । ২০২২ বৰ্ষৰ কৰ্মফল ভুগিব লাগিব ২০২৩ বৰ্ষই ! হ’ব পাৰে অকাল মৃত্যু ! মন্দাৱস্থাই কাঢ়িব পাৰে চাকৰি ! বৃদ্ধি পাব গোলকীয় উষ্ণতা ।২০২২ বৰ্ষত ঘটিল বহু অনাকাংক্ষিত ঘটনা…

ছেবাৰ গাইড বুক উন্মোচন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে প্ৰথমখন গাইড বুক উন্মোচন কৰে ডিব্ৰুগড়ত। ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ সুবিধা হোৱাকৈ ষ্টুডেন্ট গাইড বুক উন্মোচন কৰা হয়। ‘ছেবা’ৰ নতুন নিৰ্দেশনা অনুসৰি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত, বিজ্ঞান, সমাজ…

সীমান্তত হ’ল নতুন থানা

হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত নিৰ্মাণ কৰা হ’ল এখন নতুন আৰক্ষী থানা।হাইলাকান্দি জিলাত স্থাপন কৰা হৈছে এখন নতুন আৰক্ষী থানা।জিলাখনৰ সদায় বিবাদ চলি থকা অসম মিজোৰাম সীমান্তৰ বিলাইপুৰত স্থাপন কৰা হৈছে এই থানাখন । ইয়াৰ আগতে ২০১০ চনতে লালা থানাৰ অধীনত…

যোৰহাটত চিটি বাছ সেৱা আৰম্ভ

নৱবৰ্ষৰ দ্বিতীয় দিনটোতে যোৰহাটলৈ আহিল ভাল খবৰ।যোৰহাটত মুকলি হ’ল ৰাজহুৱা চিটি বাছ সেৱা।মহবন্ধাৰ পৰা চটাই লৈ চলিব এই সেৱা। যোৰহাটলৈ বিভিন্ন প্ৰান্তৰৰ পৰা কামৰ বাবে অহা লোকৰ বাবে এতিয়া যোৰহাট চহৰত কাম কৰাটো সহজ হৈ পৰিল।মেজিক বা এপেৰ তুলনাত কম…

বিমুদ্ৰাকৰণ বোলে ভুল নাছিল !

২০১৬ চনৰ ৮ নবেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃৃত্বাধীন চৰকাৰে লৈছিল এক ঐতিহাসিক সিদ্ধান্ত।সেই দিনা নিশা ১২বজাৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোটবোৰ নিষিদ্ধ ঘোষণা কৰিছিল ।বিগত ৭ ডিচেম্বৰত বিমুদ্ৰাকৰণ সম্পৰ্কত চৰকাৰ আৰ বিমুদ্ৰাকৰণক প্ৰত্যাহ্বান জনাই আবেদন জনোৱা সকলৰ শুনানি…

মেক্সিকোত অঘটন

মেক্সিকোৰ কাৰাগাৰত এজন অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত কাৰাগাৰখনৰ ১০ জন গাৰ্ড আৰু ৪ গৰাকী লোকৰ মৃত্যু হৈছে।চিহোৱাহোৱা ষ্টেট প্ৰজিকিউটৰ গৰাকীৰ মতে দেওবাৰে পুৱা ৭ বজাত এক গাড়ী অস্ত্ৰশস্ত্ৰ লৈ কাৰাগাৰৰ সন্মুখত উপস্থিত হৈছিল এখন গাড়ী।বন্দুকধাৰী ব্যক্তিজনে কাৰাগাৰৰ সন্মুখত ঠিয় হৈ যধেমধে…