Investigative reporting with dedication.
এখন ডকুমেণ্টেৰীয়ে টোপনি হৰিছে চৰকাৰৰ

বিবিচিৰ এখন ডকুমেণ্টেৰীৰ বাবেই সমগ্ৰ বিশ্বত লাগিছে হাহাকাৰ।বিবিচিয়ে প্ৰস্তুত কৰা এই ডকুমেণ্টেৰীখনৰ দ্বিতীয় খণ্ডও ইতিমধ্যে প্ৰকাশ পাইছে।কিন্তু আশ্চৰ্যজনকভাৱে ভাৰতত এই ডকুমেণ্টেৰীৰ প্ৰদৰ্শন বন্ধ কৰা হৈছে।ইয়াৰ কাৰণ হৈছে গুজৰাটৰ গোধৰাত ২০০২ চনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ডকুমেণ্টেৰীখনত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ…










