Investigative reporting with dedication.
পঞ্জাৱৰ ১৬তম মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চৰণজিৎ সিং চান্নীয়ে

আজি চণ্ডিগড়ত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে চৰণজিৎ সিং চান্নীয়ে। ৫৮ বছৰীয়া চান্নী হল ৰাজ্যখনৰ প্ৰথম দলিত মুখ্যমন্ত্ৰী। অনুষ্ঠানটোত অ’পি চোনি আৰু সুখজিন্দৰ ৰন্ধাৱাইও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চামকৌৰ চাহিবৰ তিনিবাৰৰ বিধায়ক চান্নীয়ে দেওবাৰে বৈঠকৰ পিছত মুখ্যমন্ত্ৰী…










