মাহ ছেপ্টেম্বৰ 2021

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ

চাপৰত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতৰ উত্তাল প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে প্ৰকাশ কৰা জাননী অনুযায়ী অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে। কিন্ত বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী,…

অধিনায়কৰ পদ এৰিলে বিৰাট কোহলিয়ে

ভাৰতীয় টি -২০ ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলিয়ে ৷ দেশৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে সদৰী কৰা অনুসৰি আগন্তুক টি ২০ বিশ্বকাপৰ পাছতেই নেতৃত্বৰ পৰা তেও অব্যাহতি ল’ব ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগত আলোচনা কৰিয়েই…

তীব্ৰ খাদ্য সংকটত আফগানিস্তানঃ আফগানী জনতাৰ বাবে হৃদয় গলিবনে আমেৰিকাৰ?

তদানীন্তন চৰকাৰক আঁতৰাই এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে ক্ষমতা দখল কৰাৰ পিছত এছিয়াৰ হৃদপিণ্ড খ্যাত আফগানিস্তান এতিয়া অশান্ত। বিগত ২০ বছৰত তালিবানৰ পতন আৰু আফগানিস্তানৰ পুনৰ নির্মাণৰ নামত আমেৰিকাকে ধৰি কেইবাখনো দেশে লাখ লাখ কোটি ডলাৰ ধন বিনিয়োগ কৰিছিল৷ কিন্তু তালিবানৰ…

কংগ্ৰেছত যোগদান কৰিব নেকি JNUৰ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰে?

চিপিআই নেতা তথা জেএনইউ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতে দেশত এতিয়া সৃষ্টি হৈছে কৌতুহল আৰু বিতৰ্কৰ। ৰাহুল সাক্ষাৎ কৰাৰ পিছতে কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰিব বুলি এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে। কোৱা হৈছে যে…

৫৫০০ টকা লৈ মুম্বাইলৈ অহা চনু সুদ ১৩০ কোটি টকাৰ সম্পত্তিৰ মালিক হল কেনেকৈ?

বুধবাৰে দুখীয়াৰ ভগৱান খ্যাত অভিনেতা চনু সুদৰ মুম্বাইস্থিত কাৰ্যালয়ত অতৰ্কিতে অভিযান চলালে আয়কৰ বিভাগৰ এটা বিশেষ দলে। আয়কৰ বিভাগৰ এই অভিযানৰ পিছতে উত্থাপন হৈছে এটা বিশেষ প্ৰশ্ন-এসময়ত ৫৫০০ টকা লৈ মুম্বাইলৈ অহা চনু সুদ ১৩০ কোটি টকাৰ সম্পত্তিৰ মালিক হল…

Just in-কাইলৈ চৰকাৰী বন্ধ ঘোষণা

ৰাজ্যিক কেবিনেটতৰ বিশেষ সিদ্ধান্ত।অহা কাইলৈ ঘোষণা কৰা হৈছে ৰাজ্যিক বন্ধ। কৰম পূজাৰ বাবে এই বন্ধৰ ঘোষণা কৰা হৈছে বুলি মত প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ কয়…

বিধানসভা উপ-নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰঃ অখিল গগৈ

ৰাজ্যত সমাগত বিধানসভাৰ উপ-নিৰ্বাচন। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত দুজনকৈ কংগ্ৰেছী বিধায়ক আৰু এগৰাকী AIUDF দলৰ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। তদুপৰি দুগৰাকীকৈ বিধায়কৰ আকস্মিক মৃত্যু আৰু সৰ্বানন্দ সোনোৱালৰ দিল্লী গমনে ৰাজ্যৰ ৬টাকৈ সমষ্টিত পুনৰ…

সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান !

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। ছেবাৰ ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰি আৰম্ভ কৰা হব পাঠদান। শিক্ষা বিভাগে জাৰি কৰা SOP অনুসৰি আৰম্ভ কৰা হব শ্ৰেণীসমূহ। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। প্ৰতিটো…

আজিৰে পৰা মাজুলীত চলিব ২ খন ৰপেস্কসহ ৬খন জাহাজ

আজিৰ পৰা মাজুলীলৈ চলাচল কৰিব ২ খন ৰপেস্ক আৰু ৬ খনকৈ জাহাজ। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটৰ মাজত চলাচল কৰিব জাহাজকেইখনে। যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ উপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত। দুয়োটা ঘাটতে সংস্থাপিত কৰা…

২০২১ চনৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ভাৰতীয় সকল কোন জানেনে ?

বিগত বুধবাৰে টাইম মেগাজিনে নিজাববীয়াকৈ সমীক্ষা চলাই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী ব্যক্তিৰ এখন বিশেষ তালিকা প্ৰকাশ কৰিছে। টাইম মেগাজিনে প্ৰকাশ কৰা এই বিশেষ তালিকাখনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, ডিউক আৰু…