সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা

◆ ৰাজকন্যা বৰুৱালৈ পুনৰ দিছপুৰ আৰক্ষীৰ চমন ◆মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া তৎপৰ হৈছে দিছপুৰ আৰক্ষী ◆ বৰ্তমান মহানগৰীৰ GNRCত চিকিৎসাধীন নিশা সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা বৰুৱা ◆ ৰাজকন্যা বৰুৱাৰ ঘটনা সন্দৰ্ভত ২ আৰক্ষী বিষয়া…

Just in: ঘোষণা হ’ল ২০২১ বৰ্ষৰ নোবেল বঁটা

আজি ঘোষণা কৰা হ'ল ২০২১ বৰ্ষৰ নোবেল বঁটা। ২০২১ বৰ্ষৰ মেডিচিন নোবেল ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে উত্তাপ আৰু স্পৰ্শ ৰিচেপ্টৰ আৱিষ্কাৰৰ বাবে লাভ কৰে। নোবেল বঁটা ঘোষণা কৰাৰ লগে লগে উৎসাহিত হৈ পৰিছে বিশ্বৰ সুধী সমাজ। এই বটাঁই চিকিৎসা…

মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে প্ৰস্তুত কৰিলে ইংৰাজী ভাগৱত গীতা

মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে অতি নিখুঁত ভাবে বৈ উলিয়াই ইংৰাজী ভাগৱত গীতা। ইয়াৰ পূৰ্বে তেওঁ গুণমালা, নামঘোষা আৰু ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণ ও তাঁতশালতে প্ৰস্তুত কৰি উলিয়াইছিল। মৰাণৰ এই গৰাকী আদৰ্শ শিপিনীয়ে ২৮০ ফুট…

পুনৰ চূড়ান্ত হ’ল বিজেপি আৰু বিপিএফ ৰ মিত্ৰতা

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। এইবাৰ পুনৰ চূড়ান্ত হ'ল বিজেপি আৰু বিপিএফৰ মিত্ৰতা। আনুষ্ঠানিক ভাৱে এই কথা ঘোষণা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন দিব বিপিএফয়ে আৰু গোসাঁইগাঁৱত সমষ্টিত…

দাবী পূৰণ নোহোৱালৈ সৎকাৰ কৰা নহয় কৃষকৰ মৃতদেহঃ ৰাকেশ টিকাইট

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা সংঘৰ্ষত ইতিমধ্যেই মৃত্যুবৰণ কৰিছে ৮ জনকৈ লোকে। পৰিস্থিতিৰ বুজ লবলৈ অঞ্চলটোত উপস্থিত হোৱা কৃষক নেতা ৰাকেশ টিকাইটে ঘোষণা কৰিছে যে দাবী পূৰণ নোহোৱালৈকে মৃতদেহৰ অন্তিম সংস্কাৰ কৰা…

কেনে আছিল তাৰক মেহতা কা উলটা চচমাৰ নট্টু কাকা খ্যাত অভিনেতা ঘনশ্যাম নায়ক?

জনপ্ৰিয় ধাৰাবাহিক তাৰক মেহতা কা উলটা চচমাৰ নট্টু কাকা খ্যাত প্ৰবীণ অভিনেতা ঘনশ্যাম নায়ক আৰু নাই। প্ৰতিভাশালী জ্যেষ্ঠ শিল্পীজনৰ দেওবাৰে (৩ অক্টোবৰ) মুম্বাইত মৃত্যু হয়। মৃত্যুৰ সময়ত নায়কৰ বয়স আছিল ৭৭ বছৰ। ঘনশ্যামে দেওবাৰে সন্ধিয়া প্ৰায়…

প্ৰিয়ংকা গান্ধীৰ পিছত আৰক্ষীয়ে আটক কৰিলে অখিলেশ যাদৱক

লখিমপুৰ খেৰীৰ ঘটনাক লৈ উত্তাল হৈ আছে উত্তৰ প্ৰদেশ। যোৱা নিশা পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰাৰ পিছত এতিয়া ঘৰৰ সন্মুখৰ ৰাজপথত বহি প্ৰতিবাদ কৰা সমাজবাদী দলৰ নেতা অখিলেশ যাদবক আটক কৰিছে আৰক্ষীয়ে। কোনো বিৰোধী…

এইবাৰ কুৱেইটৰ সংসদত অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ প্ৰসংগঃ কিন্তু কিয়?

ৰাজ্যৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়াও মাৰ যোৱা নাই উত্তেজনা। হিংসাত্মক উচ্ছেদে জোকাৰি গৈছিল সমগ্ৰ দেশ। ইয়াৰ মাজতে অসমৰ উচ্ছেদক লৈ মহাৰাষ্ট্ৰত প্ৰতিবাদ চলি থকাৰ মাজতে কুৱেইটৰ সংসদত উত্থাপন হৈছে গৰুখুটিঁৰ উচ্ছেদ প্ৰসংগ। ভাৰতত মুছলমানৰ ওপৰত…

আৰক্ষীৰ প্ৰতি কিয় অসন্তুষ্টি ব্যক্ত কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে?

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে দেশৰ আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে। মুখ্য ন্যায়াধীশে ৰমনে এখন আবেদনৰ শুনানিৰ সময়ত কয় যে আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণ সম্পৰ্কত মোৰ…

২৩ বছৰ আগতেই পুত্ৰ ড্ৰাগছ আৰু নাৰীৰ শৰীৰৰ প্ৰতি আসক্ত হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল শ্বাহৰুখেঃ…

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই বৰ্তমানো উত্তেজিত কৰি ৰাখিছে মুম্বাইৰ টিনচেল পল্লী। ২৩ বছৰীয়া আৰয়ান শনিবাৰে নিশাৰ পৰা সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। উল্লেখ্য যে আৰয়ানক…