টেগ thecrosscurrent

লখিমপুৰলৈ আহোতে আটক হ’ল প্ৰিয়ংকা গান্ধীঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক সকলে। এই প্ৰতিবাদৰ সময়তে কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা হতাহতিৰ ফলস্বৰূপে মৃত্যু হৈছিল প্ৰায় ৮ জনকৈ লোকৰ আৰু এই হিংসাত্মক ঘটনাৰ পিছতে পৰিস্থিতিৰ বুজ ল’বলৈ খেৰীলৈ ৰাওনা…

মেঘালয়ত ভয়ংকৰ দুৰ্ঘটনাঃ গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কৰুণ মৃত্যু

মেঘালয়ৰ উমছামলেম গাঁৱত শনিবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনাত। বাহনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক ফাৰ্ডিনান্দ বি লিংডোৰ। নিহত ফাৰ্ডিনান্দ লিংডো কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ…

ড্ৰাগছ কেচঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খান

অৱশেষত ড্ৰাগছ ৰেইড কেচত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ হাতত গ্ৰেপ্তাৰ হল শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খান। বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰক আন ১০ জন ব্যক্তিৰ সৈতে শনিবাৰে নিশা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ এটা দলে আটক কৰিছিল। মুম্বাই উপকূলৰ ওচৰত…

আগন্তুক উপ-নিৰ্বাচনৰ বাবে গোসাঁইগাঁও আৰু তামোলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী ঘোষণা

🔴 উপ-নিৰ্বাচনৰ বাবে UPPLৰ প্ৰাৰ্থীৰ নাম ঘোষণা 🔴 দুটা সমষ্টিত প্ৰাৰ্থী দিব UPPLয়ে 🔴 গোসাঁইগাঁও আৰু তামোলপুৰৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে UPPLয়ে 🔴 তামোলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত UPPLৰ প্ৰাৰ্থী হব ক্ৰমে জলেন দৈমাৰী আৰু জিৰন বসুমতাৰী

বিধানসভাত মুখ্যমন্ত্ৰীয়ে জয় বাংলাদেশ বুলি কৰা মন্তব্যৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লওকঃ ভূপেন বৰা

শ্বহীদৰ বিৰুদ্ধে বিতৰ্কিত অশালীন মন্তব্য কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ হল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। কিন্তু নিজৰ দলৰ এগৰাকী গুৰুত্বপূৰ্ণ বিধায়ক গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বিধানসভাত মুখ্যমন্ত্ৰীয়ে জয় বাংলাদেশ বুলি…

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

🔴 ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 🔴 ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল অসম 🔴 ২ বাজি ৪০ মিনিটত আহিছিল ভূইকঁপ 🔴 ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ 🔴 ভূখণ্ডৰ পৰা ৫ কিমি অন্তঃভাগত আছিল ভূমিকম্পটোৰ উৎপত্তিস্থল

অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মহাৰাষ্ট্ৰত

অসমৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়া মাৰ যোৱা নাই উত্তেজনা। আনকি এই উত্তেজনাই অসমৰ লগতে দেশৰ আন ৰাজ্যকো চুই গৈছে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ মুম্বৰাত মুছলিম সংগঠনৰ নেতৃত্বত চলিছে এই প্ৰতিবাদ। হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ শতাধিক পুৰুষ-মহিলা। উত্তৰ প্ৰদেশত এগৰাকী মৌলানাক গ্ৰেপ্তাৰ কৰাৰো…

ভৱানীপুৰত বৃহৎ জয় মমতা বেনাৰ্জীৰঃ বংগত শোচনীয় পৰাজয়ৰ দিশে বিজেপি

◆ ভৱানীপুৰ সমষ্টিত বৃহৎ জয় মমতা বেনাৰ্জীৰ ◆প্ৰায় ৫৮ হাজাৰ ভোটত জয়লাভ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ◆ শোচনীয়ভাৱে পৰাজয় বৰণ বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ ◆আন দুটা সমষ্টি জংগীপুৰ আৰু শমছেৰগঞ্জেতো নিশ্চিত জয়ৰ দিশে তৃণমূল কংগ্ৰেছ ◆ মমতাৰ এই বৃহৎ জয়ত…

সীমান্ত অশান্ত কৰিবলৈ পাকিস্তানৰ নতুন কূট-কৌশলঃ জম্মুত ড্ৰোনেৰে পেলালে বন্দুক আৰু বিস্ফোৰক

ভাৰতৰ বিৰুদ্ধে নিৰন্তৰ জঘন্য ষড়যন্ত্ৰ ৰচাত ব্যস্ত থাকে পাকিস্তান। এইবাৰ পুনৰ ভাৰত-পাক সীমান্ত অশান্ত কৰাৰ বাবে পৰিকল্পনা তৈয়াৰ কৰিছে পাকিস্তানে। পাকিস্তানে জম্মুৰ সাতৱাৰী অঞ্চলৰ ফ্লাই মণ্ডলত ড্ৰোনৰ জৰিয়তে অস্ত্ৰ নিষ্কাশন কৰিছে। যোৱা নিশা আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ফ্লাই মণ্ডলত এটা এম ৪…

আফগানিস্তান সীমান্তত সুৰক্ষাৰ বাবে আত্মঘাতী বোমাৰু মোতায়েন কৰিব তালিবানে

তদানীন্তন চৰকাৰক আঁতৰাই আফগানিস্তান দখল কৰাৰ পিছত এতিয়া দেশ পৰিচালনাৰ নিত্য নতুন কৌশল উদ্ভাৱন কৰিছে তালিবানে।আফগানিস্তানৰ এটা সূত্ৰৰ তথ্য অনুসৰি তালিবানে আত্মঘাতী বোমাৰুৰ এক বিশেষ বেটেলিয়ন গঠন কৰিছে। কোৱা হৈছে যে আফগানিস্তানৰ সীমান্তৰ মূলত বাদাখশান প্ৰদেশত এই দলটো মোতায়েন কৰা…