টেগ thecrosscurrent

ধানুকা, জাজোদিয়াৰ বাবে ঠিকাৰ তথ্য লুকুৱাইছে নেকি এন এইচ এমে ?

মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি…

২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান, ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা

দেওবাৰে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰদান কৰা হয় ৯৪ সংখ্যক অস্কাৰ বঁটা। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ ২০২১-ৰ ভিতৰত মুক্তি প্ৰাপ্ত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক সন্মানিত কৰা হয় এই অনুষ্ঠানত। এই অস্কাৰ বঁটা…

হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷ নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত পৰিছে যেন মুখ্যমন্ত্ৰী…

কেজৰিৱাল চৰকাৰে সৃষ্টি কৰিব ২০ লাখ চাকৰি,অসম চৰকাৰে সৃষ্টি কৰিছে এক কোটি হিতাধিকাৰী

আপুনি এটা চাকৰি বিচাৰে,নে আপুনি এজন হিতাধিকাৰী হৈ ৮৩০ টকাৰে মাহটো চলিব বিচাৰে? আপুনি আপোনাৰ সন্তানটিৰ বাবে সংস্থাপন গেৰান্টি বিচাৰে,নে সন্তানটিয়ে চৰকাৰৰ পৰা এখন বুলেট লাভ কৰাটো বিচাৰে? আজি এই প্ৰশ্ন এই বাবেই উত্থাপন কৰিছো,কাৰণ যি সময়ত মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ…

ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?

পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত জলসংকট,ক’ত…

১০ বছৰে কিদৰে বঞ্চনা কৰি অহা হৈছে টেট শিক্ষকক?

অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টৰ এটা প্ৰতিশ্ৰুতি৷ভিজন ডকুমেন্টৰ পৃ্ষ্ঠা নম্বৰ ২০ ত সন্নিবিষ্ট আছে এই প্ৰতিশ্ৰুতি৷শিক্ষা সম্পর্কীয় এই প্ৰতিশ্ৰুতিত কোৱা হৈছিল,ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া হব৷সেই ভিজন ডকুমেন্টৰ পিছত বিজেপিয়ে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিলে৷কিন্তু আজিলৈকে টেট শিক্ষকৰ চাকৰি…

কাৰ লুণ্ঠনৰ তথ্য গাপ দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ?

কথাই কথাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় স্বচ্ছতাৰ কথা ৷ দুৰ্নীতিমুক্ত প্ৰশাসনৰ শ্ল’গান মুখ্যমন্ত্ৰীৰ প্ৰতিটো বক্তব্যত শুনা যায় ৷ কিন্তু খোদ মুখ্যমন্ত্ৰীয়ে এসময়ত ব্যয় কৰা ৰাজহুৱা ধনৰ হিচাপ দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ এনে…

গীতাশ্ৰীয়েই হ’বনে যৌতুকজনিত মৃত্যুৰ অন্তিমটো উদাহৰণ?

৫ দিন আইচিইউত জীৱন মৃত্যুৰে যুঁজ দি অৱশেষত মৃত্যুক সাৱতি ললে গীতাশ্ৰী তালুকাদাৰে৷ বিগত ১৮ মার্চত স্বামী প্ৰদীপ তালুকদাৰে ফাঁচী লগাই হত্যাৰ চেষ্টা চলাইছিল গীতাশ্ৰীক৷ ইয়াৰ পিছতেই পিতৃ গৃহই মৃতপ্ৰায় গীতাশ্ৰীক ভর্তি কৰে জি এমচি এইচৰ আই চি ইউত৷ চিকিৎসালয়ত…

বাজপেয়ীৰ পৰা সৎ আৰু নিকা আদর্শ নিশিকিলে কিয় বিজেপিয়ে?

বহুতেই কয়,ভাজপেয়ী ভালেই৷কিন্তু দল ভাল নহয়৷সেই কথা সংসদৰ মজিয়াত এদিন নিজেই কৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷সেই কথাকেই সচা প্ৰমাণ কৰি আহিছে নেকি বিজেপিয়ে?গণতন্ত্ৰৰ এক অশুভ পৰম্পৰা,হর্ছ ট্ৰেডিং৷ৰাজ্যসভা নির্বাচনত এইবাৰ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে হর্ছ ট্ৰেডিংৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে৷ৰাজ্যসভা…

৪১০ টকীয়া গেছ ছিলিণ্ডাৰ কিয় ১০০০ টকীয়া হ’ল?

মোডী শাসনলৈ অহাৰ পূৰ্বে এটা ঘৰুৱা ছিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা। এতিয়া কিয় হ’লগৈ ১০০০ টকা? ৫০ টকা দাম বৃদ্ধি হওঁতে স্মৃতি ইৰাণীয়ে লিখিছিল “কেনে লজ্জাজনক কথা এয়া?” দ্য ক্ৰছ কাৰেন্ট টেক—-