টেগ pakistan

জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ! যাৰ…

১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল প্ৰত্যাহ্বানকো নেওচি ভাৰতে বিজয় সাব্যস্ত কৰিছিল? কিদৰে পাকিস্তানক দুফাল কৰি জন্ম দিছিল…

পৰেশ বৰুৱাৰ চৰম শাস্তি ৰেহাই ভাল খবৰ নে বেয়া খবৰ?

১ এপ্ৰিল, ২০০৪৷ চিটাগং ইউৰিয়া ফাৰ্টিলাইজাৰ লিমিটেডৰ গুডামৰ পৰা ১০ খন ট্ৰাকত অস্ত্ৰ বোজাই কৰা হৈ গৈছিল৷ ৪ হাজাৰ ৯৩০ বিধ অস্ত্ৰৰ এই বিপুল ভণ্ডাৰত আছিল গ্ৰেণেড, ৰকেট লাঞ্চাৰ, চাব মেছিনগান, গুলী আৰু বিভিন্ন বিস্ফোৰক সামগ্ৰী৷ সেই সময়তে পুলিচ আৰু…

চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া বৈদেশিক সম্পৰ্ক৷ বাংলাদেশত গ্ৰেপ্তাৰ…

১০ বছৰ বিৰতিত পাকিস্তানত মালালা

১০ বছৰ বিৰতিত পাকিস্তানত মালালা | জননী – জন্মভূমিৰ প্ৰেমত বন্দী মালালা | তালিবানৰ আক্ৰমণৰ মাজতেই মালালা নিজ দেশত |  সম্পূৰ্ণ ১০ টা বছৰ পিছত পাকিস্তানৰ ভূমিত ভৰি থলে মালালা ইউচুফজায়ে | জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী -জন্মভূমিক কেতিয়াও পাহৰিব নোৱাৰি …

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ কোন ?

আপুনি সকলো ফুলৰ গছ কাটি পেলাব পাৰে ৷ কিন্তু বসন্ত অহাত বাধা দিব নোৱাৰে ৷ এইদৰেই ইমৰান খানক সকীয়াইছিল শ্বাহবাজ শ্বৰীফে ৷ আজি তেও পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’লে ৷ কোন এই শ্বাহবাজ শ্বৰীফ ?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন…

কোনো প্ৰধানমন্ত্ৰীয়েই ৭৫ বছৰীয়া ইতিহাসত ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰা এখন দেশ পাকিস্তান।

কোনো প্ৰধানমন্ত্ৰীয়েই ৭৫ বছৰীয়া ইতিহাসত ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰা এখন দেশ পাকিস্তান।কোনোবা যদি প্ৰধানমন্ত্ৰী হৈছে দুসপ্তাহৰ বাবে আন কোনোবা হৈছে সৰ্বাধিক ৪ বছৰ দুমাহৰ বাবে।অসম্পূৰ্ণ কাৰ্যকালেৰে প্ৰধানমন্ত্ৰী কেৰিয়াৰৰ জৱনিকা পেলোৱা প্ৰধানমন্ত্ৰীসকলক লৈ এক প্ৰতিৱেদন—

কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?

এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ পাছত ৯০ দিনৰ ভিতৰত নিৰ্বাচন…

জুম্মা নামাজৰ সময়ত শৰীৰত বোমা লগাই মছজিদৰ ভিতৰত প্ৰৱেশ বোমাৰুৰ

পাকিস্তানৰ পেচাবৰৰ এটা মছজিদত জুম্মা নামাজ পঢ়িবলৈ যোৱাই যেন কাল হ’ল ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ। জুম্মা নামাজৰ সময়ত শৰীৰত বোমা লগাই মছজিদৰ ভিতৰত প্ৰৱেশ বোমাৰুৰ। ভয়ংকৰ বোমা বিস্ফোৰণত ফলত থিতাতে নিহত হয় প্ৰায় ৩০ জনলোক। পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে। আনহাতে…

তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু

পাকিস্তানত এক ভয়ংকৰ ঘটনা। পাকিস্তানৰ মুৰীত প্ৰৱল তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু হয়। এটা পাহাৰীয়া ষ্টেচনত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে পাকিস্তান প্ৰশাসনে। উল্লেখ্য যে,  ষ্টেচনত প্ৰায় ১০০০ খন গাড়ী বৰফত আৱদ্ধ হৈ আছে।