সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ কোন ?

আপুনি সকলো ফুলৰ গছ কাটি পেলাব পাৰে ৷ কিন্তু বসন্ত অহাত বাধা দিব নোৱাৰে ৷ এইদৰেই ইমৰান খানক সকীয়াইছিল শ্বাহবাজ শ্বৰীফে ৷ আজি তেও পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’লে ৷ কোন এই শ্বাহবাজ শ্বৰীফ ?

 

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross

 

- Donation -

Leave A Reply

Your email address will not be published.