টেগ #mamatabenarjee

মমতা বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ ‘আইপেক’ৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ

মমতা বেনাৰ্জী তৃতীয়বাৰ পশ্চিমবংগৰ শাসনলৈ অহাত প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংস্থা আই পেকৰ ভূমিকা উল্লেখযোগ্য ৷ কিন্তু শেহতীয়াকৈ মমতা বেনাৰ্জীক টুইটাৰত ফলো কৰা বন্ধ কৰি দিছে আই পেকে ৷ চৰ্চা চলিছে যে আইপেক আৰু তৃণমূলৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷…

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে পশ্চিমবংগৰ দৰেই উত্তৰ প্ৰদেশতো বিজেপি আৰু…

ৰাজ্যপালক টুইটাৰত কিয় ব্লক কৰিলে মমতা বেনাৰ্জীয়ে ?

ৰাজ্যপালক টুইটাৰত ব্লক কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সোমবাৰে সংবাদমেলত এই কথা নিজেই সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় –‘মই ৰাজ্যপালক টুইটাৰত ব্লক কৰিছো ৷ ব্লক কৰিবলৈ বাধ্য হৈছো ৷’ মমতা বেনাৰ্জীয়ে লগতে কয় যে তেওঁৰ ওচৰত বহু ফাইল,…

IAS Controversy:মমতাৰ সৈতে সুৰ মিলাইছে কিয় এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ?

আই এ এছ কেডাৰ আইনৰ সংশোধনক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত একে সুৰতে সুৰ মিলাইছে কেবাখনো এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে আই এ এছ কেডাৰ আইনত এক গুৰুত্বপূৰ্ণ সংশোধনী আনিব বিচাৰিছে ৷ সেই অনুসৰি এতিয়াৰ…

মই মমতাৰ লগত আছো -বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে কিয় ক’লে এইদৰে ?

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সম্প্ৰতি নতুন দিল্লীত আছে ৷ মমতাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগ দিছে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা পৱন বাৰ্মা , প্ৰাক্তন বিজেপি সাংসদ কীৰ্তি আজাদে ৷ বুধবাৰে দিল্লীৰ ৰাজনৈতিক চৰ্চাক নতুন মাত্ৰা দি মমতা বেনাৰ্জীৰে আলোচনাত মিলিত হ’ল বিজেপি…

মহ আৰু ডেংগু নিয়ন্ত্ৰণৰ বাবে পশ্চিম বংগ চৰকাৰে ব্যৱহাৰ কৰিছে গাপ্পি মাছঃ অসমে পাৰিবনে?

কিছু দিনৰ পূৰ্বে কলিকতাৰ শিলিগুৰি চহৰৰ নিষ্কাশন নলাৰ মহ নাইকিয়া কৰিবলৈ এৰি দিয়া হৈছিল গাপ্পি মাছ। প্ৰদূষণৰ বাবে এই গাপ্পি মাছ জীয়াই নাথাকিল। সেয়েহে এইবাৰ ১৮ নং ৱাৰ্ডৰ প্ৰাক্তন কাউন্সিলাৰ আৰু শিলিগুৰি জলপাইগুৰি উন্নয়ন প্ৰাধিকৰণ ব’ৰ্ডৰ সদস্য নিখিল চাহনীয়ে কয়…

বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস নকৰে-বিজেপিয়ে কেৱল স্বেচ্ছাচাৰী শাসন চলাব জানেঃ মমতা বেনাৰ্জী

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক ঘটনাৰ পিছত দেশত এতিয়াও মাৰ যোৱা নাই ৰাজনৈতিক উত্তেজনা। আনকি এই হিংসাত্মক ঘটনাৰ বাবে বহু লোকে পোনপটীয়াকৈ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনক দোষাৰোপ কৰিছে। ইয়াৰ মাজতে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বমগৰ বজ্ৰকন্যা মমতা।…

ভৱানীপুৰত বৃহৎ জয় মমতা বেনাৰ্জীৰঃ বংগত শোচনীয় পৰাজয়ৰ দিশে বিজেপি

◆ ভৱানীপুৰ সমষ্টিত বৃহৎ জয় মমতা বেনাৰ্জীৰ ◆প্ৰায় ৫৮ হাজাৰ ভোটত জয়লাভ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ◆ শোচনীয়ভাৱে পৰাজয় বৰণ বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ ◆আন দুটা সমষ্টি জংগীপুৰ আৰু শমছেৰগঞ্জেতো নিশ্চিত জয়ৰ দিশে তৃণমূল কংগ্ৰেছ ◆ মমতাৰ এই বৃহৎ জয়ত…

২০২১ চনৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ভাৰতীয় সকল কোন জানেনে ?

বিগত বুধবাৰে টাইম মেগাজিনে নিজাববীয়াকৈ সমীক্ষা চলাই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী ব্যক্তিৰ এখন বিশেষ তালিকা প্ৰকাশ কৰিছে। টাইম মেগাজিনে প্ৰকাশ কৰা এই বিশেষ তালিকাখনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, ডিউক আৰু…

আগন্তুক ৰাজ্যসভা নিৰ্বাচনত পশ্চিম বংগৰ প্ৰাৰ্থী হ’ব অসমৰ সুস্মিতা দেৱ

অহা ৪ অক্টোবৰত ৰাজ্যসভাত খালী হৈ থকা ৬ খন আসনৰ বাবে দেশত নিৰ্বাচন অনুষ্ঠিত হব বুলি ইতিমধ্যেই ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। উল্লেখ্য যে বৰ্তমান অসমৰ এখন, পশ্চিম বংগৰ এখন, মধ্য প্ৰদেশৰ এখন, তামিলনাডুৰ দুখন আৰু মহাৰাষ্ট্ৰৰ এখন আসন খালী হৈ…