টেগ #mamatabenarjee

UPA-NDAৰ পিছত এইবাৰ দেশত গঠন হ’ব নেকি তৃতীয় মৰ্চা?

কংগ্ৰেছ নেতৃত্বাধীন UPA আৰু বিজেপি নেতৃত্বাধীন NDAৰ পিছত এইবাৰ দেশৰ ৰাজনীতিত তৃতীয় মৰ্চা গঠন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অ-কংগ্ৰেছী বিৰোধী দলবোৰে কৃষি আইন বিৰোধী আন্দোলন আৰু জাতি ভিত্তিক লোকপিয়ল (Caste Based Census)কে ধৰি কেটবোৰ বিষয়ত একত্ৰিত হৈ সহমত পোষণ…

সমুখ সমৰত হিমন্ত আৰু মমতাৰ তৃণমূল কংগ্ৰেছ! সলনি হ’ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত?

পশ্চিম বংগত নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ পিছত এইবাৰ ত্ৰিপুৰা কিম্বা অসমত ৰাজনৈতিক জাল পেলাবলৈ সাজু হৈছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ। চৰ্চা চলিছে যে দুই-এদিনৰ ভিতৰতে অসম ভ্ৰমণ কৰিব পাৰে মমতা বেনাৰ্জীয়ে। তাকে লৈ এতিয়া সমুখসমৰত নামি পৰিছে অসমৰ…

চৰকাৰে বিক্ৰী কৰি থকা সম্পত্তি দেশৰ সম্পদ, বিজেপি বা মোডীৰ নহয়ঃ মমতা বেনাৰ্জী

ৰাজহুৱা সম্পত্তিৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে নেশ্যনেল মনিটাইজেশ্বন পাইপলাইন(NMP) শীৰ্ষক এক বিশেষ পলিচি। মালিকীস্বত্ব হস্তান্তৰ নকৰাকৈ ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডক ব্যৱহাৰৰ অনুমতি দি ব্যক্তিগতকৰণৰ নতুন উপায় অৱলম্বন কৰিবলৈ সাজু হৈছে চৰকাৰ। কিন্তু…