টেগ kabul

স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী মূল্যহীন, মোল্লাসকলেই সৰ্বশ্ৰেষ্ঠ”: আফগানিস্তানী শিক্ষামন্ত্ৰী

চৰকাৰ ঘোষণা কৰাৰ পাছতেই তালিবানত সংগঠিত হব ধৰিছে কেতবোৰ নোহোৱা নোপোজা ঘটনা। নতুনকৈ গঠন হোৱা তালিবানৰ শিক্ষামন্ত্ৰী শ্বেখ মৌলৱী নুৰুল্লাহ মুনিৰে কয় যে “পিএইচডি আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ কোনো মূল্য নাই। আজিকালি পিএইচডি আৰু স্নাতকোত্তৰ ডিগ্ৰী মূল্যহীন”। কিয়নো মোল্লা আৰু তালিবান…

আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ, তালিবান মন্ত্ৰী সভাৰ সবিশেষ !

প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে আফগানিস্তানত গঠন কৰিলে পূৰ্ণাংগ চৰকাৰ। কোন কোন আছে তালিবান মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা – প্ৰধানমন্ত্ৰী – মোল্লা মহম্মদ হাছান আখুন্দ উপ প্ৰধানমন্ত্ৰী ১ – মোল্লা বাৰাদাৰ উপ প্ৰধানমন্ত্ৰী ২ – আব্দুল ছালাম হানাফি গৃহমন্ত্ৰী – চিৰাজুদ্দিন…

দুটা দশকৰ অন্তত আফগানিস্তানত আজি চৰকাৰ গঠন কৰিব তালিবানে

আজিৰে পৰা আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন চৰকাৰ। তালিবানে ১৫ আগষ্টত কাবুল দখলৰ পাছত প্ৰায় দুই সপ্তাহ অতিক্ৰম কৰিলে আৰু এফালৰ পৰা আফগানিস্তানত বিভীষিকা ৰ সৃষ্টি কৰি অৱশেষত চৰকাৰ গঠনৰ দিশৰ আগবাঢ়িছে। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা তথ্য অনুসৰি শুকুৰবাৰ…

আকৌ বিস্ফোৰিত হব পাৰে কাবুল বিমানবন্দৰ : জ’ বাইডেন !

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ব্যক্ত কৰিছে যে আমেৰিকা সেনাৰ মুখ্য সচিবে প্ৰকাশ কৰিছে যে পূৰ্বৰ আত্মঘাটি বোমাৰ বিস্ফোৰণৰ দৰে আগন্তুক ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰিত হব পাৰে কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আফগানিস্তানত তালিবানৰ দখললৈ যোৱাৰ পৰাই কাবুল বিমানবন্দৰত…

এইবাৰ ভাৰতত ‘খিলাফত’ প্ৰতিষ্ঠাৰ লক্ষ্য আইছিছৰ

কাবুলৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰা ইছলামিক সন্ত্ৰাসবাদী সংগঠনে এতিয়া চকু দিছে ভাৰতত ৷ এই দেশতো তেওলোকে ‘খিলাফত’ প্ৰতিষ্ঠা কৰিব বিচাৰে ৷চোৰাংছোৱা সংস্থাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য ৷ বাতৰি অনুসৰি , ভাৰতসহ সমগ্ৰ মধ্য এছিয়াত সংগঠন বিস্তাৰৰ…

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা  ৷ আহত হৈছে ১৫০…

কাবুল বিমানবন্দৰত কেনেকৈ মৃত্যু হ’ল ৭ গৰাকীকৈ আফগান নাগৰিকৰ?

তালিবানে ক্ষমতা দখল কৰাৰ সাতটাতকৈও অধিক দিন পাৰ হৈ যোৱাৰ পিছতো আফগানিস্তানত শাম কটা নাই উত্তেজনা। আজিৰ পৰা এসপ্তাহ পূৰ্বে তালিবান সশস্ত্ৰ বাহিনীয়ে ৰাজধানী কাবুলত প্ৰৱেশ কৰাৰ পিছতে তালিবানৰ কৱলৰ পৰা ৰক্ষা পাবলৈ দেশ এৰাৰ উদ্দেশ্যে হাজাৰ হাজাৰ আফগানী জনতাই…

তালিবানৰ লগত কোনকেইখন দেশ ?

আমেৰিকা সমৰ্থিত আফগান চৰকাৰৰ পতনৰ পাছত আফগানিস্তান এতিয়া তালিবানৰ দখলত ৷ তাৰ পাছতে বহু দেশে ইতিমধ্যে কাবুলত থকা নিজ নিজ দেশৰ দূতাবাস খালী কৰি তাত কৰ্মৰত লোকসকলক দেশলৈ ওভতাই নিছে ৷ কাবুলৰ লগত সম্পৰ্ক ত্যাগ কৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা…

শ শ আফগান নাগৰিকক কঢ়িওৱা বিমানখন গৈছে ক’লৈ ?

কাবুলৰ পৰা পলায়ন কৰিবলৈ বিমান বন্দৰত অগণিত মানুহে ভিৰ কৰাৰ দৃশ্যই এতিয়া বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ আনকি বিমানৰ চকাত ওলমি পলায়ন কৰিব বিচৰা আফগান নাগৰিক মাজ আকশৰ পৰা সৰি পৰিছে ৷ তালিবানে কাবুল দখল কৰাৰ পাছতে সৃষ্টি হৈছে এই…

তালিবানৰ ৰঙাচকুৰ সন্মুখেৰে  কেনেকৈ দেশলৈ  উভতিল ১৩০ ভাৰতীয় ?

কাবুলৰ দূতাবাসৰ পৰা ১৩০ জন ভাৰতীয়ক উদ্ধাৰ কৰি অনা বায়ুসেনাৰ এখন বিমান ভাৰতত আহি উপস্থিত হৈছে ৷মঙলবাৰে বিমানখন গুজৰাটৰ জামনগৰত  উপস্থিত হয় ৷ ১৯৯৬ ৰ পাছত ভাৰতে কাবুলৰ দূতাবাস খালী কৰিবলগীয়া হোৱা এয়া দ্বিতীয়টো ঘটনা ৷ ১৯৯৬ চনতো তালিবানে আফগানিস্তানৰ…