টেগ independence day

‘জনগণৰ আচৰণ সলনি দেশৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি’

(ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে  ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  অসম বিধান সভাৰ বিশেষ অধিবেশনত আগবঢ়োৱা ভাষণৰ সুবহু লিখিত ৰূপ )   অসম বিধান সভাৰ বিশেষ অধিবেশন ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত মোৰ অনুভৱঃ মাননীয় অধ্যক্ষ…

আপুনি কোনটো চাকৰি পালে – প্ৰধানমন্ত্ৰীক এইদৰে কিয় উভতি ধৰিলে ৰাহুল গান্ধীয়ে ?

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছৰ মতে দেশবাসীক ক’বলৈ চৰকাৰৰ ওচৰত নতুন কথা একো নাই ৷ পুৰণি জুমলাই তেওলোকে নতুনকৈ ঘোষণা  কৰিছে ৷ কংগ্ৰেছ নেতা ৰাহুল…

শ্ৰীনগৰৰ লাল চকত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ভুৱা ছবি প্ৰচাৰ বিজেপি নেতাৰ

Photo courtesy: The Wire

কৰ’নাৰ ভয়াবহতাৰ মাজতে যোৱা কালি ভাৰতবাসীয়ে পালন কৰিলে ৭৪ ত্বম স্বাধীনতা দিৱস। ইয়াৰ লগে লগে ভাৰতৰ সীমান্তৰ পৰা সমুদ্ৰ পাৰলৈকে বিভিন্ন স্থানৰ পতাকা উত্তোলনৰ বিভিন্ন দৃশ্যৰ ফটো আৰু ভিডিঅ’ও ছ’ছিয়েল মিডিয়াত ব্যাপক ভাবে প্ৰচাৰিত হৈছে। এনে এখন ছ’ছিয়েল মিডিয়াত ব্যাপক…

শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

Photo Courtesy: Sakaltimes.com

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ। হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত সাংবাদিক সকলৰ…

“আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে গুৰুত্ব পালে নৰেন্দ্ৰ মোডীৰ স্বাধীনতা দিৱসৰ ভাষণত

photo courtesy: financial express

৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰদান কৰা ভাষণত এইবাৰ গুৰুত্ব লাভ কৰে “আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে। লালকিল্লাৰ পৰা দিয়া এই ভাষণত মোডী ডাঙৰীয়াই নেচনেল ডিজিটেল হেলথ মিচনৰ আৰম্ভণি হোৱাৰ…

সাম্প্ৰতিক (৩): স্বাধীনতা কি? স্বাধীন কোন?-বিশ্বজিৎ বৰা

photo courtesy: financial express

“আজিৰ দিনত স্বাধীনতা হৈছে কংক্ৰীটৰ জংঘলৰ কাৰণে প্ৰাকৃতিক জংঘল ধ্বংস কৰাৰ স্বাধীনতা। ধনীৰ সন্তানৰ কাৰণে উচ্চ-উচ্চতৰ শিক্ষা সাং কৰাৰ স্বাধীনতা, আৰু দুখীয়াৰ সন্তানৰ কাৰণে খাবলৈ নাই কণ, তথাপিও বৰ সবাহলৈ মন কৰাৰ স্বাধীনতা, অৰ্থাৎ ধনীকেইটা দিনক দিনে ধনী হৈ গৈ…