শ্ৰেণী ৰাজ্য

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু

ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণত অঘটন। ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু। বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবি দাসৰ মৃত্যু। ৰামেশ্বৰ ৰবি দাসৰ গাৰ ওপৰেৰে লৈ যায় ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ৰ ৩ খনকৈ বাহন। উল্লেখ্য যে, আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণৰ দ্বিতীয়…

চমনৰ পিছতো আদালতত উপস্থিত নহল কিয় হিমন্ত বিশ্ব শর্মা?

আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷২৫ ফেব্ৰুৱাৰীত এক চমন জাৰি কৰি চিজিএম আদালত উপস্থিত থাকিবলৈ নিদের্শনা দিয়া হৈছিল হিমন্ত বিশ্ব শর্মাক৷কিন্তু শুক্ৰবাৰে আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷অতিৰিক্ত সময় বিচাৰি আদালতত আবেদন জনায় মুখ্যমন্ত্ৰীৰ অধিবক্তাই৷আদালতে পৰবর্তীৰ শুনানীৰ দিন ২১ মার্চত…

কাজিৰঙালৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব বাবেই পৰ্যটকৰ বাবে বন্ধ থাকিব হাতী-জীপ চাফাৰী

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙাত নিৰ্মান হ’ব লগীয়া ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম বৃহৎ উৰণীয়া হেঁতুৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ ল’বলৈ আহিব ৰাষ্ট্ৰীপতিগৰাকী। ৰামনাথ কোবিন্দৰ আগমণৰ বাবে ২৬ আৰু ২৭ ফেব্রুৱাৰীত কাজিৰঙাৰ হাতী-জীপ চাফাৰী পৰ্যটকৰ বাবে বন্ধ থাকিব। ২৬…

কিমান উপাৰ্জন দেখুৱাই জুবিনে লৈছিল হাউছিঙৰ ফ্লেট ?

দুখীয়া আৰু নিম্ন আয়ৰ লোকৰ বাবে গুৱাহাটীত নিৰ্মিত ফ্লেট লাভ কৰিছিল ৰাজনৈতিক নেতা – পালিনেতাই ৷ কেৱল সেয়াই নহয় , হাউছিঙ বৰ্ডৰ ফ্লেট চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু উদ্যোগ বিভাগৰ সহকাৰী প্ৰবন্ধকক হাউছিঙৰ ফ্লেট দিবলৈ চুপাৰিশ কৰিছিল এতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী আৰু…

কাৰ্টুনৰ ৰূপত উভতি আহিছে নেকি বিভৎসতাৰ ইতিহাস ?

মানুহৰ ইতিহাসৰ বিভৎতম খলনায়ক হিচাপে বিবেচনা কৰা হয় জাৰ্মান শাসক হিটলাৰক ৷ নাজী বাহিনীক ইতিহাসে সদায়ে মানৱতাৰ শত্ৰু বুলিয়ে গণ্য কৰি আহিছে ৷ সকলোৱে ক’ব বিচাৰে যে আধুনিক সমাজ ব্যৱস্থাত হিটলাৰ আৰু নাজী কাৰোৱে স্থান নাই ৷ কিন্তু ইতিহাসৰ পুণৰাবৃত্তি…

BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?

অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী মৌচুমী…

অসমৰ যুৱক-যুৱতীক নে উত্তৰ প্ৰদেশ-হাৰিয়ানাৰ নিবনুৱাক এক লাখ চাকৰি দিব হিমন্ত বিশ্ব শর্মাই?

বিদ্যালয়ৰ কণ কণ শিশুক পঢ়ুৱাব নোৱাৰে অসমৰ শিক্ষকে৷সেইবাবেই নিযুক্তি উত্তৰ প্ৰদেশৰ শিক্ষকক৷সেই বিতর্ক মাৰ নাযাওতেই পোহৰলৈ আহিছে বহিৰাগতক নিযুক্তিৰ আন এক তথ্য৷আজিৰ অসমীয়া প্ৰতিদিনৰ এক বাতৰি অনুসৰি, গুৱাহাটীৰ বেলতলাত থকা কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয়ত নিযুক্তি দিয়া হৈছে অসমীয়া…

জ্যেষ্ঠ সাংবাদিকৰ মৃত্যুত শোকস্তব্ধ সংবাদজগত

অসমৰ টেলিভিছন সাংবাদিকতাৰ বাটকটীয়া প্ৰতাপ বৰদলৈৰ দেহাৱসানে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যৰ সংবাদজগতক ৷ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ উপ – সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা প্ৰতাপ বৰদলৈয়ে পৰৱৰ্তী সময়ত নিউজ টাইম অসম নামৰ চেটেলাইট চেনেলটোৰ মুখ্য সম্পাদকৰ দায়িত্বও পালন কৰিছিল ৷প্ৰতাপ বৰদলৈৰ মৃত্যুত…

‘ভুল ঠাইত সোমাল টেট শিক্ষকসকল’-নিয়মীয়া নহয় টেট শিক্ষকৰ চাকৰি,হব “প্ৰায় নিয়মীয়াকৰণ”হে-

শিক্ষকৰ ক্ষোভৰ সন্মুখীন শিক্ষামন্ত্ৰী৷ক্ষোভৰ সন্মুখীন,প্ৰায় নিয়মীয়া আৰু নিয়মীয়াৰ মাজত পার্থক্য বাখ্যা কৰি৷শিক্ষক সন্দর্ভত এক টুলুঙা মন্তব্য কৰি ৰাজ্যৰ টেট শিক্ষকৰ প্ৰতিআবদৰ সন্মুখীন হৈছে শিক্ষামন্ত্ৰী ৰনোজ পেগু৷আজি ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ টেট শিক্ষকে কলাবেজ পৰিধান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ৷ একৈশ ফেব্ৰুৱাৰীত গোলাঘাটলৈ…