Investigative reporting with dedication.
অভিন্ন সময়ত ভিন্ন মত কিয় হিমন্ত বিশ্ব শর্মাৰ?

১০ মেত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল হিমন্ত বিশ্ব শর্মাই৷তাৰ থিক ৬ টা দিন পিছতেই,অর্থাৎ ১৭ মে’ত ৰাইজৰ পৰা আর্থিক বৰঙনি বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে৷কোভিড বিৰোধী যুজত যুজিবলৈ আর্থিক সংকটত ভোগা হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে আহ্বান কৰিছিল…










