Investigative reporting with dedication.
হিমন্ত বিশ্ব শর্মাই সচাকৈ চান্দা লৈছিল নেকি সাৰদাৰ পৰা?

Investigative reporting with dedication.


নাগৰিকত্বৰ যুঁজত হাৰ মানি আত্মহত্যা কৰিলে অসমৰ এজন ৬০ বছৰীয়া লোকে ৷ নিজৰ আৰু জীয়ৰীৰ নাগৰিকত্ব প্ৰমান কৰিব নোৱাৰি এই লোকজনে আত্মহত্যা কৰিবলগীয়া হোৱাৰ বাতৰিয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি , অসমৰ…

এবছৰৰ বাবে স্থগিত হ’ল অসম সাহিত্য সভাৰ অধিৱেশন। অকল অধিৱেশনেই নহয় এবছৰৰ বাবে বৃদ্ধি কৰা হ’ল বৰ্তমানৰ কাৰ্যকালত থকা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল। বৰ্তমান কাৰ্যকালত থকা সমিতিখনে সময়ত সভাৰ অধিৱেশন, সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত নকৰাৰ বাবে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ…

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। খড়গপুৰ আইআইটিয়ে দেশৰ কভিড সৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা পিচুৱাবলৈ আৱেদন দাখিল কৰিছিল। কিন্তু অৱশেষত…


দেশৰ বৃহত্তম ৰাজ্যখনৰ নিৰ্বাচনত সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষনীয় হৈ পৰিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কিন্তু তাৰ পূৰ্বে এতিয়া জনতাৰ ৰোষৰ…

মঙলবাৰে অসম সন্তান ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰঙিয়াত জন্মগ্ৰহণ কৰা ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি। ইয়াৰ পূৰ্বে…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰা বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আগবঢ়োৱা হৈছে ১৫০০ কৌটি টকা ৷ কিন্তু উত্তৰ পূৱৰ কোন ৰাজ্যই কিমান ধন পাব জানি লও আহক – •উত্তৰ পূৰ্বাঞ্চলৰ বাবে ঘোষণা কৰা ১৫০০ কৌটিৰ ভিতৰত ৬০০ কৌটি টকাই আগবঢ়োৱা হৈছে…

উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছতে বৃদ্ধি হ’ব পেট্ৰ’ল – ডিজেলৰ দাম ৷ আজিৰ বাজেটত নন ব্লেণ্ডেড পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ২ টকা অতিৰিক্ত আবকাৰী কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰা হৈছে ৷ ফলত পেট্ৰ’লৰ বৰ্তমানৰ আবকাৰী কৰ ২৭.৯০…

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন গৃহ সমষ্টিতো ৰাইজে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰিব। লগতে মাজনিশাই মাজুলীৰ ভাগিনসকলে জন্মদিন পালন কৰিবলৈ উপস্থিত হল ডঃ…