শ্ৰেণী ৰাজ্য

২০২২-২৩ বৰ্ষৰ বাজেটত কি কি আছে-

আজি সংসদত দাখিল কৰিলে বাজেট ২০২২-২৩। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে ডিজিটেল পদ্ধতিৰে দাখিল বাজেট। কি কি আছে ২০২২-২৩ৰ বাজেটত- *দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়িছে:- নিৰ্মলা সীতাৰমণ। *উন্নয়নৰ হাৰ ৯.২% হোৱাৰ সম্ভাৱনা *দৰিদ্ৰতা নিৰ্মূল কৰাৰ চেষ্টা অব্যাহত *দৰিদ্ৰৰ জীৱনৰেখা সলনি কৰাৰ…

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ বিৰুদ্ধে চলিছে নেকি এনকাউন্টাৰ অভিযান?

অসম চৰকাৰে ৰাজ্যত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱাৰ সময়তে এতিয়া বন্ধ হবলৈ আৰম্ভ কৰিছে ইখনৰ পিছত সিখন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়৷অসমীয়া প্ৰতিদিন কাকতৰ এক বাতৰি অনুসৰি,আগন্তুক সময়খিনিত ৰাজ্যৰ ১ হাজাৰ ২ খন প্ৰাথমিক বিদ্যালয় একত্ৰিকৰণ হব আন প্ৰাথমিক বিদ্যালয়ৰ…

২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা ধন কিয় নাপালে অসমে?

নৰেন্দ্ৰ মোডী চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক ফেব্ৰুৱাৰীত ২০২২-২৩ বিত্তীয় বছৰৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে হয়তো আৰু নতুন নতুন ঘোষণা কৰিব পাৰে। কিন্তু সীতাৰমণে ২০২১ চনৰ এক ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা ২০২১-২২ বিত্তীয় বছৰৰ ঘোষণা…

বাজেট অধিৱেশনত চৰকাৰে বাজেট দাখিল কৰিব নে ‘পেগাছাছ’ কাণ্ডৰ পৰা নিজকে বচাব

অবৈধ বেদখলকাৰীবোৰ ক’ৰ পৰা আহে?চৰকাৰী ভূমি বেদখলকাৰী কৰিবলৈ মানুহবোৰ ক’ৰ পৰা আহে?বহুতৰ মতে তেওলোক লুঙী টুপী পৰিহিত বাংলাদেশী,তেওলোক বাংলাদেশৰ পৰা আহে৷কিন্তু আজি আমি আলোচনা কৰিম,সচাকৈ চৰকাৰী ভূমি দখল কৰিবলৈ ক’ৰ পৰা আহে বেদখলকাৰী৷ অপৰাধীৰ বিৰুদ্ধে এনকাউন্টাৰতেই কেৱল পার্গত নহয় অসমৰ প্ৰশাসন…

ৰাজ্যপালক টুইটাৰত কিয় ব্লক কৰিলে মমতা বেনাৰ্জীয়ে ?

ৰাজ্যপালক টুইটাৰত ব্লক কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সোমবাৰে সংবাদমেলত এই কথা নিজেই সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় –‘মই ৰাজ্যপালক টুইটাৰত ব্লক কৰিছো ৷ ব্লক কৰিবলৈ বাধ্য হৈছো ৷’ মমতা বেনাৰ্জীয়ে লগতে কয় যে তেওঁৰ ওচৰত বহু ফাইল,…

১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান: মুখ্যমন্ত্রী

*১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান। *ক’ভিডৰ সংক্রণ হ্রাস পোৱা বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। *দুই-তিনিদিনৰ ভিতৰতেই শিথিল হ’ব ৰাতিৰ কাৰ্ফিউ। *১১ বজালৈ কাৰ্ফিউৰ সময় পিছুৱাই দিয়া হ’ব। *ক’ভিডৰ সংখ্যা ১০০০ৰ তললৈ আহিলেই শিথিল হ’ব নিষেধাজ্ঞা। *এই কথা ঘোষণা…

আজি কৃষকসকলৰ দেশজুৰি পালন “বিশ্বাসঘাতকতা দিৱস”

আজি কৃষকসকলৰ দেশজুৰি পালন “বিশ্বাসঘাতকতা দিৱস”। কেন্দ্ৰৰ দ্বাৰা বিশ্বাসঘাতকতাৰ পোৱা অভিযোগ কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কৃষি সমস্যাক লৈ আজি দেশজুৰি ‘বিশ্বাসঘাতকতা দিৱস’ পালন কৰাৰ কথা ঘোষণা কৰে৷  উত্তৰ ভাৰতীয় কৃষক সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে দাবী কৰে যে, যোৱাবৰ্ষৰ…

কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে

আজি বিয়লি কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। গৰুখুটিৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰা মন্তব্য কৰি জেললৈ যাবলগীয়া হৈছিল বিধায়কজন। লগতে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছিল বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম…