Investigative reporting with dedication.
মাজুলীৰ প্ৰাৰ্থী ভুবন গামক লৈ সন্তুষ্ট নহয় নেকি মুখ্যমন্ত্ৰী ?

মাজুলী ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপ ৷ এই মাজুলীক দলঙেৰে আন প্ৰান্তৰ লগত সংযোগ কৰাৰ প্ৰতিশ্ৰুতিৰে দুটাকৈ বিধানসভা নিৰ্বাচন পাৰ হৈ গ’ল ৷ কিন্তু দলঙৰ স্বপ্ন আজিও আধৰুৱা ৷ তিনিবাৰকৈ আধাৰশিলা আৰু ভূমিপূজন সম্পন্ন হোৱা হয়তো এইখনেই অসমৰ প্ৰথমখন দলঙ ৷…










