শ্ৰেণী ৰাজ্য

দ্য কাশ্মীৰ ফাইলচ বনাম গৰু।

দ্য কাশ্মীৰ ফাইলচ বনাম গৰু। ইউটিউবলৈ দ্য কাশ্মীৰ ফাইলচ নাহিল। কিন্তু মাত্র ২৫ টাকাতেই আহিল অসমীয়া ছবি গৰু। কিন্তু কিয়?     স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: …

আপোনাৰ কিমান বাঢ়িছে আয়, কিমান বাঢ়িছে ঋণ-

আপোনাৰ কিমান বাঢ়িছে আয়, কিমান বাঢ়িছে ঋণ-   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

জামিন লাভ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তই

অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত। জামিন লাভ কৰিলে নীলিম মহন্তই। আজি সন্ধিয়া গৃহ চহৰ লখিমপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, দেওবাৰে ৰাতি লক্ষীমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰগৰাকীক। NHPC ৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বিৰোধিতা কৰি…

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল?

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল।হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কৈছোঁ কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই গৌৰৱৰ কথা। আমি কিয় কৈছোঁ এই কথা চাওঁক দ্য ক্ৰছ কাৰেন্ট টেকত—

ধানুকা, জাজোদিয়াৰ বাবে ঠিকাৰ তথ্য লুকুৱাইছে নেকি এন এইচ এমে ?

মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি…

হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷ নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত পৰিছে যেন মুখ্যমন্ত্ৰী…

কেজৰিৱাল চৰকাৰে সৃষ্টি কৰিব ২০ লাখ চাকৰি,অসম চৰকাৰে সৃষ্টি কৰিছে এক কোটি হিতাধিকাৰী

আপুনি এটা চাকৰি বিচাৰে,নে আপুনি এজন হিতাধিকাৰী হৈ ৮৩০ টকাৰে মাহটো চলিব বিচাৰে? আপুনি আপোনাৰ সন্তানটিৰ বাবে সংস্থাপন গেৰান্টি বিচাৰে,নে সন্তানটিয়ে চৰকাৰৰ পৰা এখন বুলেট লাভ কৰাটো বিচাৰে? আজি এই প্ৰশ্ন এই বাবেই উত্থাপন কৰিছো,কাৰণ যি সময়ত মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ…

উমৰাংচুত জলবিদ্যুৎ প্ৰকল্পত দুর্ঘটনা,নিহত তিনি অভিযন্ত্ৰা-

উমৰাংচুত জলবিদ্যুৎ প্ৰকল্পত দুর্ঘটনা,নিহত তিনি অভিযন্ত্ৰা- উমৰাংচু জলবিদ্যুৎ প্ৰকল্পৰ দুর্ঘটনাত তিনিজনৰ মৃত্যু৷ উমৰাংছ’ৰ পাঁচকিলোত থকা নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ।প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত সংঘটিত হয় এই বিস্ফোৰণ।এই বিস্ফোৰণত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চলটো।অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত জন্মিছে ব্যাঘাত।ঘটনাত নিহত হৈছে…

ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?

পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত জলসংকট,ক’ত…

১০ বছৰে কিদৰে বঞ্চনা কৰি অহা হৈছে টেট শিক্ষকক?

অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টৰ এটা প্ৰতিশ্ৰুতি৷ভিজন ডকুমেন্টৰ পৃ্ষ্ঠা নম্বৰ ২০ ত সন্নিবিষ্ট আছে এই প্ৰতিশ্ৰুতি৷শিক্ষা সম্পর্কীয় এই প্ৰতিশ্ৰুতিত কোৱা হৈছিল,ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া হব৷সেই ভিজন ডকুমেন্টৰ পিছত বিজেপিয়ে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিলে৷কিন্তু আজিলৈকে টেট শিক্ষকৰ চাকৰি…