শ্ৰেণী ৰাজ্য

লকডাউনত ক’ত দাঢ়ি চুলি কাটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

লকডাউনত কেনেকৈ দাড়ি চুলি কাটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?কেনেকৈ দাড়ি-চুলি কাটিছিল মোদী কেবিনেটৰ সতীর্থ মন্ত্ৰীয়ে?যদি তেওলোকে কাটিছিল,তেন্তে ইয়াৰ পৰা সাধাৰণ জনতাক বঞ্চিত কৰা হৈছিল নেকি?আৰু এটা প্ৰশ্ন,প্ৰধানমন্ত্ৰী মোদীয়ে কিমান টকাৰ দৰমহা লাভ কৰে?এজন আৰটিআই কর্মীয়ে এই সমূহ প্ৰশ্ন উত্থাপন কৰিছিল কেন্দ্ৰীয়…

মানুহ কিনা বেচা কৰিবলৈ ৰাজনৈতিক দললৈ ক’ৰ পৰা আহে ধন ?

অসমৰ ৰাজনীতিত ধনৰ উজান উঠিছে ৷ ধন দিয়া, ধন লোৱাৰ অভিযোগে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷ এ আই ইউ ডি এফৰ মতে অখিল গগৈয়ে বিজেপিৰ পৰা লৈছে ১৫ লাখ টকা , কংগ্ৰেছ নেতাৰ মতে এ আই ইউ ডি এফে ৰিপুন…

প্ৰত্যাহ্বানৰ তিনিটা বছৰ অতিক্ৰমি আমি কি ক’ব বিচাৰো ?

প্ৰিয় দৰ্শক / পঢ়ুৱৈ , নিউজ ৱেবচাইট ‘দ্য ক্ৰছকাৰেন্ট’য়ে আজিৰ দিনটোত সম্পূৰ্ণ কৰিলে তিনিটা বছৰ ৷ বিগত তিনিটা বছৰৰ এই যাত্ৰা আমাৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা ৷ আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ আমি চেষ্টাৰ অকনো ত্ৰুটি কৰা নাই ৷ কেৱল…

আকৌ আহিছে ছোৱাইন ফিভাৰ

ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি আৰু গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰিছে মিজোৰাম চৰকাৰে ৷ এক চৰকাৰী বিবৃতিত কোৱা হয় যে পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বহি:ৰাজ্যৰ পৰা জীৱিত গাহৰি বা গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰা হৈছে ৷ গাহৰি পালন…

পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?

দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম পৰ্যায়।মূল্য বৃদ্ধি প্ৰভাৱৰ গুৰুত্ব বুজিবলৈ ৰাষ্ট্ৰীয় সংবাদ…

চাৰি মাহত আৰু কি কি নিষিদ্ধ হ’ল কর্নাটকত?

দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি৷ হিজাবৰ পিছত মন্দিৰৰ কাষত নিষিদ্ধ হৈছে মুছলমানৰ দোকান৷ নিষিদ্ধ হৈছে গো মাংস,নিষিদ্ধ হৈছে হালাল৷ কিন্তু কিয় দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি? সৱিশেষ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লও আহক, কর্নাটকত বিগত ৪ টা মাহত…

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA৷ সিদ্ধান্ত ললে কেন্দ্ৰীয় চৰকাৰে৷ স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

AFSPAৰ অধীনত উত্তৰ-পূৱৰ অশান্তজর্জৰ অঞ্চলৰ পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ

অসম, মেঘালয় আৰু নাগালেণ্ডত AFSPA (Armed forces special power Act) ৰ অধীনত অশান্তজর্জৰ অঞ্চল সমূহত পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এই বাৰ্তা টুইটযোগে সদৰী কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

টোল গেট কাৰ বাবে?

৬০ কিলোমিটাৰৰ ভিতৰত নাথাকে দুখনকৈ টোলগেট।কিন্তু এখনকৈ টোলগেটত আপুনি কিমান টকাকৈ ভৰিব লাগে?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: …