সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উমৰাংচুত জলবিদ্যুৎ প্ৰকল্পত দুর্ঘটনা,নিহত তিনি অভিযন্ত্ৰা-

উমৰাংচুত জলবিদ্যুৎ প্ৰকল্পত দুর্ঘটনা,নিহত তিনি অভিযন্ত্ৰা-
উমৰাংচু জলবিদ্যুৎ প্ৰকল্পৰ দুর্ঘটনাত তিনিজনৰ মৃত্যু৷ উমৰাংছ’ৰ পাঁচকিলোত থকা নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ।প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত সংঘটিত হয় এই বিস্ফোৰণ।এই বিস্ফোৰণত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চলটো।অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত জন্মিছে ব্যাঘাত।ঘটনাত নিহত হৈছে অভিযন্তা অনুপম শইকীয়া,জয়ন্ত হাজৰিকা আৰু ডিমিৰাজ জোহাৰী৷

Leave A Reply

Your email address will not be published.