শ্ৰেণী সম্পাদনা মেজ

অসমে কি শিকিব গোৱাৰ পৰা?

       লাখ লাখ দেশী- বিদেশী পৰ্যটকৰ বাবে গোৱা আছিল–এ পাৰফেক্ট হলীডে ডেষ্টিনেশ্যন৷ প্ৰতিটো হলীডে, প্ৰতিটো উইকএণ্ডত পৰ্যটকৰ ভিৰত গিজগিজাই আছিল গোৱাৰ পাব আৰু বিচ্ছ৷ পৰ্যটনৰ অপ্ৰতিৰোধ্য ৰাজকুমাৰ আছিল গোৱা৷ সেই ৰাজকুমাৰী আজি যেন পৰিণত হৈছে অৱহেলিত বৃদ্ধাত৷ এইবাৰ কোনো নাই…

দেশে তেওঁক কিদৰে মনত ৰাখিব?

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷ য’ত প্ৰধানমন্ত্ৰীগৰাকীক সুযোগ দিয়া নহ’ল নিজৰ মন্ত্ৰীসভাক পৰিচয়…

মধ্যবিত্তৰ কঁকাল ভাঙিলে মোদী চৰকাৰে

মোদী চৰকাৰৰ আমোলত আক্ষৰিক অৰ্থতেই কঁকাল ভাঙি পৰিছে মধ্যবিত্ত জনতাৰ৷ এহাতে জি এছ টিৰ বব নোৱাৰা বোজা, আনহাতে উপাৰ্জন হ্ৰাস–এই দুয়োটা পাকচক্ৰত পৰি মধ্যবিত্ত জনতা শ্বাসৰুদ্ধ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ কেইবাটাও গৱেষণা আৰু সমীক্ষাই এই আশংকাও প্ৰকাশ কৰিছে যে লাহে লাহে…

কৃত্ৰিম মেধাৰ নতুন যুগ! নেলা-জয়ৰ কাহিনীয়ে কি কথা কৈ গ’ল?

২০২৩ চনৰ মাৰ্চৰ শেষভাগৰ কথা৷ প্ৰযুক্তি জগতৰ এহাজাৰতকৈও অধিক নেতৃস্থানীয় ব্যক্তিয়ে এখন মুকলি পত্ৰ প্ৰকাশ কৰে৷ এই পত্ৰত তেওঁলোকে সকীয়াই দিয়া যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰযুক্তিয়ে সমাজ আৰু মানৱতাৰ বাবে গভীৰ ভাবুকি কঢ়িয়াই আনিব পাৰে৷ এই পত্ৰত স্বাক্ষৰ কৰা লোকসকলৰ ভিতৰত…

অসম সুখীনে?

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। -বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই…

আৰক্ষী মানুহ হৈ আছেনে? কাঠগড়াত পুলিচ

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷ ভুৱা এনকাউণ্টাৰৰ পৰা আৰম্ভ কৰি বুলড’জাৰ…

কি অসম আছিল, কি অসম হ’ল?

‘সেউজসমৃদ্ধ পৰিৱেশত অসমীয়াৰ সহজ সৰল জীৱনক বিশ্বৰ আদৰ্শ হিচাপে গঢ়ি তোলা হ’ব’– প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ‘স্বাধীন অসমৰ অৰ্থনীতি’ গ্ৰন্থখনত সামৰা হৈছে এইদৰে৷ স্বাধীন অসমৰ কোনোবাই বিৰোধিতা কৰিব পাৰে। কিন্তু এখন স্বাৱলম্বী অসমৰ সপোনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ স্বাধীন…

ৰীলছৰ মায়াজালৰ পৰা নিজক কেনেকৈ মুক্ত কৰিব?

সুৰাৰ বটলত লিখা থাকে-সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকৰ৷ তাৰপাছতো মানুহে সুৰাপান কৰে৷ চিগাৰেটৰ পেকেটত লিখা থাকে-ধুম্ৰপান কৰ্কটৰ কাৰণ৷ তাৰপাছতো মানুহে ধুম্ৰপান কৰে ৷ মোবাইলৰ স্ক্ৰীণত একো লিখা নাথাকে৷ তাৰপাছতো সময় অপচয় বুলি জানি-শুনিও মানুহে ঘণ্টাৰ পাছত ঘণ্টা ফেচবুক, ইনষ্টাগ্ৰামৰ ৰীল চাই…

চৰকাৰী শিক্ষা ধ্বংস কৰিবলৈ আৰু কিমান তললৈ নামিব অসম চৰকাৰ?

অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক কবৰ দিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপেই লৈছে অসম চৰকাৰে৷ চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ- ছাত্ৰীক আকৰ্ষণ কৰাৰ সলনি বিভিন্ন অজুহাতত বন্ধ কৰি দিয়া হৈছে ৬ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয়৷ চৰকাৰৰ মূল যুক্তি চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী নাই৷ কিন্তু অসমৰ চৰকাৰৰ…

কিয় আকাশলংঘী হৈছে গুৱাহাটী অভিমুখী বিমানৰ টিকট?

উৰে দেশ কা আম নাগৰিক–মোদী চৰকাৰৰ উড়ান আঁচনিৰ এয়াই সম্পূৰ্ণ নাম৷ লক্ষ্য আছিল সাধাৰণ নাগৰিককো বিমান যাত্ৰাৰ সুবিধা প্ৰদান কৰা৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰ খতিয়ান দি এইবুলি কৈছিল, ‘হাৱাই ছেণ্ডেল পিন্ধা সাধাৰণ নাগৰিকেও বিমানত যাত্ৰা কৰাৰ সুবিধা পোৱা উচিত৷…