শ্ৰেণী ৰাষ্ট্ৰীয়

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ম্যানমাৰৰ

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ভাৰতলৈ ৷ ২২ গৰাকীকৈ ধৃত উত্তৰপূৱৰ উগ্ৰপন্থীক বিমানেৰে আনি ভাৰতৰ হাতত তুলি দিলে ম্যানমাৰ চৰকাৰে ৷ শুক্ৰবাৰে এইসকল ৱাণ্টেড উগ্ৰপন্থীক বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হৈছে ৷ এই ২২ গৰাকী উগ্ৰপন্থী বহুদিন ধৰি অসম আৰু মণিপুৰত…

ক’ৰোনা : ১ লাখৰ সংখ্যা অতিক্ৰম কৰাৰ দিশে ভাৰত

ভাৰতত যোৱা দুদিন ধৰি ১০.৫ % হাৰত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ আজি পুৱাৰ ভাগলৈ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৮১,৯৭০ ৷ যোৱা বুধবাৰে এই সংখ্যা আছিল ৭৪,২৮১ ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা এই তথ্য প্ৰকাশ কৰিছে৷ যদি একেই হাৰত…

বিত্তমন্ত্ৰী নির্মলা সীতাৰমনৰ সংবাদমেলৰ ৫ টা ডাঙৰ ঘোষণা

১) বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে ঘোষণা কৰে পৰৱর্তী দুমাহলৈ সকলো প্ৰবাসী শ্ৰমিকে লাভ কৰিব বিনামূলীয়া ৰেচন ৷ খাদ্য সুৰক্ষা আইনৰ অধীনৰ আওতাত নহা সকলেও লাভ কৰিব এই বিনামূলীয়া ৰেচন৷ ৰেচন কার্ড নাথাকিলেও নহ’ব কোনো সমস্যা৷ ইয়াৰ বাবে ৩,৫০০ কোটি টকাৰ বাজেট…

বিত্তমন্ত্ৰী নির্মলা সীতাৰমনৰ সংবাদমেলৰ ৫ টা ডাঙৰ ঘোষণা

১) বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে ঘোষণা কৰে পৰৱর্তী দুমাহলৈ সকলো প্ৰবাসী শ্ৰমিকে লাভ কৰিব বিনামূলীয়া ৰেচন ৷ খাদ্য সুৰক্ষা আইনৰ অধীনৰ আওতাত নহা সকলেও লাভ কৰিব এই বিনামূলীয়া ৰেচন৷ ৰেচন কার্ড নাথাকিলেও নহ’ব কোনো সমস্যা৷ ইয়াৰ বাবে ৩,৫০০ কোটি টকাৰ বাজেট…

লেবৰেটৰীৰ পৰা সৃষ্টি হৈছে ক’ৰোণা ভাইৰাছ, প্ৰাকৃতিক নহয়ঃ গাডকাৰী

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত হোৱা এক সাক্ষাতকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী নিতিন গাডকাৰীয়ে ক’ৰোণা ভাইৰাছৰ সৈতে সহৱস্থান কৰিবলৈ শিকাৰ কথা প্ৰকাশ কৰে। সাক্ষাত্কাৰত তেওঁ ইয়াকো কয় যে ক’ৰোণা ভাইৰাছ প্ৰাকৃতিক ভাইৰাছ নহয়। ইয়াক তৈয়াৰ কৰা গৈছে। এই ভাইৰাছ লেবৰেটৰীৰ পৰা সৃষ্টি হৈছে। বিশ্বৰ…

লকডাউন : বঞ্চিত ৫০% শিশু

ক’ৰোনাৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ সময়ত ভয়ানক চিকিৎসাজনিত সমস্যাৰ সন্মুখীন হৈছে শিশু আৰু অভিভাৱকসকল৷ লকডাউনৰ সময়ছোৱাত প্ৰায় ৫০ % শিশু টীকাকৰণৰ পৰা বঞ্চিত হ’ল৷ মাক -দেউতাকে শিশুসকলক টীকা প্ৰদানৰ বাবে সময়মতে স্বাস্থ্যকেন্দ্ৰলৈ নিব নোৱাৰিলে৷ বেচৰকাৰী সংস্থা Child…

ভোকেল ফৰ লোকেল : চেতন ভগতে এয়া কি ক’লে ?

আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ‘ভোকেল ফৰ লোকেল’ হ’বলৈ আহ্বান জনাইছিল৷ মঙলবাৰে কৰা সম্বোধনৰ সময়ত তেওঁ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আহ্বানো জনাইছিল৷ কিন্তু মোদীৰ সমৰ্থক বুলি পৰিচিত জনপ্ৰিয় লেখক চেতন ভগতে এইবাৰ প্ৰধানমন্ত্ৰীগৰাকীক এক টুইটযোগে…

ক’ৰোনাতকৈ ভয়াৱহ : ৬৮ % ৰ মৃত্যুৰ কাৰণ

ভাৰতত ৫ বছতৰতকৈ কম বয়সৰ শিশুৰ ৬৮ শতাংশৰে মৃত্যুৰ কাৰণ হ’ল শিশু আৰু মাকৰ অপুষ্টি৷ শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ইণ্ডিয়া ষ্টেট ডিজিজ বাৰ্ডেন ইনিটিয়েটিভ’ শীৰ্ষক এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনৰ মতে ,২০০০ চনৰ তুলনাত ২০১৭ চনলৈ শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত…

পুনৰ বাতিল ৰে’লৰ চলাচল

দেশত ক’ৰোনাৰ সংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিপ্ৰেক্ষিতত সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল পুণৰ বাতিল কৰিছে ৰে’ল বিভাগে৷ অহা ৩০ জুনলৈকে কোনো যাত্ৰীবাহী ৰে’ল নচলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ উল্লেখ্য যে ,যোৱা ১২ মে’ৰ পৰা আৰম্ভ হৈছিল ১৫ খন বিশেষ ৰে’লৰ…

ক’ৰোনা : চীনক অতিক্ৰম কৰাৰ পথত ভাৰত

ভয়াৱহ ৰূপত বাঢ়িছে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা৷ কেৱল বুধবাৰৰ দিনটোতে অসমত ১৫ গৰাকী লোক নতুনকৈ ক’ভিড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ • ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৭২২ গৰাকী লোক৷ বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৭৮,০০৩ ৷ •…