শ্ৰেণী ৰাষ্ট্ৰীয়

লাডাখ সীমান্তত চীনা সৈন্যক প্ৰতিৰোধ কৰা ‘বিকাশ বেটেলিয়ন’ আচলতে কি?

photo courtesy: The Print

লাডাখ সীমান্তত ভাৰত চীনৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ মাজতে এতিয়া চর্চালে আহিছে এটা বিশেষ নাম। বিকাশ বেটেলিয়ন বা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ(SFF) নামে জনাজাত এই বিশেষ সামৰিক গোটতোৰ বহু সাহসিকতাৰ কাহিনী এতিয়া সংবাদ মাধ্যমত বিয়পি পৰিছে। কিছু সূত্ৰৰ পৰা জানিব পৰা মতে…

দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত দেৱাঙ্গনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

আজি দিল্লী উচ্চ ন্যায়ালয়ৰ এক জনীয়া বিচাৰপীঠে দেবঙ্গনা কলিতাক তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা FIR No 50/2020 ত জামিন মঞ্জুৰ কৰে। ইয়াৰ লগে লগে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৪ তা গোচৰৰ তিনিটা গোচৰতে জামিন লাভ কৰে দেৱাঙ্গনা কলিতাই। আজি জামিন লাভ…

এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯%

photo courtesy : The Financial Express

আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি যোৱা তিনি মাহত ভাৰতৰ GDP হৈছে -২৩.৯%। ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা যোৱা কেইবাদিনো ধৰি চর্চা…

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান। আৰ্মী হাস্পতালত অতিশয় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জী আক্ৰান্ত হৈছিল কোৰোণাত। হাস্পতালখনত তেওঁৰ ব্ৰেন চাৰ্জাৰী কৰোৱা হৈছিল। ব্লাড ক্লট আঁতৰোৱাৰ কাৰণে এই অস্ত্ৰোপচাৰ কৰোৱা হৈছিল। ইয়াৰ পূৰ্বে আৰ্মী হাস্পতালৰ পৰা জাৰি কৰা…

ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাস মোডীৰ সমৰ্থক, ২০১৪ ৰ নিৰ্বাচনৰ সময়ত মোডীৰ প্ৰচাৰতো সহায় কৰিছিল:ৰিপোৰ্ট

photo courtesy: Telegraph India

ফেচবুক-বিজেপি সম্পৰ্কৰ বিতৰ্কত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাসৰ বিজেপিৰ লগত ঘনিষ্ঠতা সম্পৰ্কে ৱাল ষ্ট্ৰীট জাৰ্নেল(WSJ) ৰ পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। কিন্ত শেহতিয়াকৈ WSJ ৰ আন এক প্ৰতিবেদনত অংখি দাস বিজেপিৰ লগত কিমান ঘনিষ্ঠ এই…

প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ শাস্তি হিচাপে ১ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে

photo courtesy: Indian Express

প্ৰশান্ত ভূষণৰ আদালত অৱমাননা (Contempt of Court) গোচৰৰ শাস্তি হিচাপে আজি উচ্চতম ন্যায়ালয়ে বিশিষ্ট আইনজীৱী জনক ১ টকাৰ জৰিমনা বিহে।উচ্চতম ন্যায়ালয়ে ভূষণৰ শাস্তি ঘোষণা কৰি কয় যে যদিহে তেখেতে এই জৰিমনা ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত নিদিয়ে তেনেহলে…

লাডাখ সীমান্তত পুনৰ উত্তেজনা, এইবাৰ পংগঙ হ্ৰদত চীনা সৈন্যৰ স্থিতাৱস্থা ভংগৰ প্ৰচেষ্টা

photo courtesy: The Wire

যোৱা ২৯/৩০ আগষ্টৰ নিশা চীনৰ PLA সৈন্যই পুনৰ লাডাখ সীমান্তৰ পংগঙ হ্ৰদ অঞ্চলত স্থিতাৱস্হা ভংগৰ প্ৰচেষ্টা কৰে। এই কথা আজি ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তি যুগে জনাইছে। উক্ত প্ৰেছ বিজ্ঞপ্তি অনুসৰি চীনা সৈন্যৰ এই শেহতীয়া সামৰিক প্ৰচেষ্টাই যোৱা…

কুকুৰৰ লোকেল ব্ৰীডৰ পৰা পুতলা নিৰ্মাণলৈকে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত পুনৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে। এইবাৰ পুতলা উদ্যোগত ভাৰত বৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰতবৰ্ষক ভকেল ফৰ লোকেল টয় (toy) হোৱাৰ সময় আহিছে। বিশ্ব পুতলা উদ্যোগ…

দেশৰ গণতন্ত্ৰত একনায়কত্ববাদৰ প্ৰভাৱ বৃদ্ধি পাইছে: ছোনিয়া গান্ধী

photo courtesy; Indian Express

ছত্তিশগড় বিধানসভাৰ নতুনকৈ নিৰ্মান হ’ব লগা ভৱনৰ শিলান্যাস অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে দেশৰ গণতান্ত্ৰিৰ ওপৰত স্বৰতন্ত্ৰ অৰ্থাৎ একনায়কত্ববাদৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব ধৰিছে। তেওঁ আৰু কয় যে ভাৰতবৰ্ষৰ প্ৰতিষ্ঠাতা সকলে হয়তো কেতিয়াও…

এইবাৰ বিজেপিক উভতি ধৰিলে আন্না হাজাৰেই

এইবাৰ ভাৰতীয় জনতা পাৰ্টিক উভতি ধৰিলে আন্না হাজাৰেই। ২০১১ চনৰ সমগ্ৰ ভাৰত বৰ্ষ জুৰি হোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰোতা আন্না হাজাৰেক বিজেপি দলৰ দিল্লী ৰাজ্যিক সমিতিয়ে আম আদমী পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰিবলৈ আহ্বান জনাইছিল। কিন্তু…