শ্ৰেণী ৰাষ্ট্ৰীয়

‘আত্মনিৰ্ভৰ ভাৰত’ৰ নামত আদানী-আম্বানীৰ একচেতিয়া আধিপত্য হে চলিছে নেকি ভাৰতৰ অৰ্থনীতিত?

photo courtesy: Business Standard

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰায় ৬ তা বিমান বন্দৰৰ ব্যক্তিগতকৰণ কৰোতে আটাইকেইটা বিমান বন্দৰ গৌতম আদানীৰ আদানী গ্ৰুপৰ হাতলৈ যায়। বৰ্তমান মুম্বাই ইয়াৰপোৰ্টও আদানী গ্রুপৰ হাতলৈ যাব বুলি বিভিন্ন সংবাদ মাধ্যমত গুজৱ চলিছে। ইয়াৰ পিছতে এতিয়া সৰ্বত্ৰে চর্চা চলিছে নৰেন্দ্ৰ মোডী…

জয়পুৰৰ ভীক্ষাৰীৰ তালিকাত তিনিজন স্নাতক আৰু দুজন স্নাতকোত্তৰ

photo courtesy: Times Now

জয়পুৰৰ চিটি পুলিচৰ এক সমীক্ষাত চহৰ খনৰ মুঠ ১১৬২ জন ভীক্ষাৰীৰ ২ জন স্নাতকোত্তৰ আৰু তিনিজন স্নাতক বুলি জানিব পৰা গৈছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি ৮২৫ জন ভীক্ষাৰীৰ কোনো পঢ়া শুনা নথকাৰ পৰিবৰ্তে ৩৯ জন শিক্ষিত…

সাংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হ’ব ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ

photo courtesy: NDTV

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ইতিমধ্যে বিলম্ব হোৱা সাংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৈনিক ৪ ঘণ্টাৰ বাবে শনি আৰু দেওবাৰেও অনুষ্ঠিত হ’ব দুয়োখন সদন। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ…

দেশৰ অৰ্থনীতিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী, RBI ৰ শংকা অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হ’ব

আজি ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হোৱাৰ শংকা প্ৰকাশ কৰাৰ পাছতে, পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আক্রমণাত্মক হৈছে ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ কৰা বাতৰিটো টুইটাৰ যোগে শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে…

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ:এসপ্তাহত ৬ বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

photo courtesy: Mathrabhumi news

লকডাউনে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত এইবাৰ পুনৰ মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে।যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত পেট্ৰলৰ দাম দৈনিক বাঢ়ি আছে। আজি মঙলবাৰেও পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে যদিও ডিজেলৰ দাম অৱশ্যে একেই আছে। IndianOil ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি পেট্ৰ’লৰ…

উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰিলে প্ৰশান্ত ভূষণৰ আদালত অৱমাননা গোচৰৰ শাস্তিৰ ৰায়দান

photo courtesy: Indian Express

আজি উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি শাস্তিৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে। আজিৰ শুনানীত এটৰ্নি জেনেৰেল কে কে ভেনুগোপালে পুনৰ উচ্চতম ন্যায়ালয়ক ভূষণক ক্ষমা কৰি দিবলৈ আহ্বান জনায়। অৱশ্যে ন্যায়ালয়ে এই ক্ষেত্ৰত কয় যে ভূষণে নিজে…

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজত NEET আৰু JEE পৰীক্ষা অনুস্থিত নকৰিবলৈ আহ্বান বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গৰ

photo courtesy: NPR

বৰ্তমান সমগ্ৰ দেশ জুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি NEET আৰু JEE ৰ পৰীক্ষা পিছোৱাৰ যি দাবী উত্থাপন হৈছে তালৈ সমৰ্থন আগবঢ়াইছে বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে। আজি টুইটাৰ যোগে থানবাৰ্গে NEET আৰু JEE পৰীক্ষা পিছোৱাৰ দাবীক সমৰ্থন…

মহাৰাষ্ট্ৰত বিল্ডিং খহি ৬ জনৰ মৃত্যু,উদ্ধাৰ অভিযান অব্যাহত

photo courtesy: Indian Express

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মাহাদ নামৰ এক আবাসীক অঞ্চলত বিল্ডিং এটা খহি পৰাৰ ফলত প্ৰায় ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৮ জন লোকক ঘটনাস্থলীৰ ধংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰায় ৪০ টা পৰিয়াল বসবাস কৰা বিল্ডিংটোৰ কালি বিয়লি ৬.৫০ বজাত…

নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ’ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ নেতৃত্বত। এই ফালৰ…

সামৰিক বিকল্পই শেষ ভৰসা নেকি ভাৰত চীনৰ সীমান্ত উত্তেজনাৰ!

PHOTO COURTESY:SAKAL TIMES

বহুকেইটা কূটনৈতিক আলোচনাৰ পিছতো ভাৰত- চীনৰ মাজত চলি থকা সীমান্ত বিবাদৰ সমাধান এতিয়াও অনিশ্চয়তাৰ গৰ্ভত। এনে এক জটিল সময়তে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ শেহতীয়া মন্তব্যই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। বিপিন ৰাৱতে ANI নামৰ নিউজ এজেন্সি এটাক…