শ্ৰেণী ৰাষ্ট্ৰীয়

লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে হেৰুৱালে বৈতনিক চাকৰি

photo courtesy: National Herald

কৰোনা ভাইৰাছ আৰু তাৰ পৰিপেক্ষিতত হোৱা লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে বৈতনিক চাকৰি হেৰুৱালে। এই তথ্য প্ৰকাশ পাইছে Centre for Monitoring Indian Economy সংস্থাটোৰ এক অধ্যয়নত। সংস্থাটোৰ এই তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত এপ্ৰিল মাহত ১৭.৭ মিলিয়নে বৈতনিক চাকৰি হেৰুৱায়।মে’ মাহত এই…

অহা বছৰ মাৰ্চ মাহৰ ভিতৰত ৪ টা চৰকাৰী বেংক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ পৰিকল্পনা মোডী চৰকাৰৰ

PHOTO COURTESY: SWARAJYA MAGAZINE

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকৰে ৪ তা চৰকাৰী বেংকক ব্যক্তিগতকৰণৰ কাম কাজ খৰতকীয়া কৰিছে। jansatta নামৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি দেশৰ আগশাৰীৰ ৪ তা চৰকাৰী বেংকত চৰকাৰে নিজৰ অংশীদাৰত্ব বিক্ৰীৰ যো জা চলাইছে। বাতৰিটোত উল্লেখ কৰা অনুসৰি এই…

সত্যপাল মালিক মেঘালয়ৰ নতুন ৰাজ্যপাল নিযুক্তি

photo courtesy: The Wire

জম্মু-কাশ্মীৰ আৰু গোৱাৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে। ইয়াৰ লগে লগে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল টঠাগতা ৰয়ৰ কাৰ্যকালৰ অন্ত পৰে। ৰাষ্ট্ৰপতি ভৱনৰ এই নিৰ্দেশক আদৰণি জনায় টঠাগতা ৰয়ে টুইটাৰ যোগে সত্যপাল মালিকক আদৰণি জনায়। Upon…

ফেচবুক-বিজেপি সম্পর্কৰ বিতৰ্কয়ে খলকনি তুলিছে দেশৰ ৰাজনীতিত

photo courtesy:The Tribune

ফেচবুক বিতৰ্কই সমগ্ৰ দেশতে খলকনি লগোৱাৰ পিছতে এতিয়া আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। গোটেই বিষয়তোৰ সন্দৰ্ভত এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰি ছ’ছিয়েল মিডিয়া কোম্পানীটোৰ মালিক মাৰ্ক জোকাৰবাৰ্গলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছৰ জেনেৰেল চেক্ৰেটাৰী কে চি ভেনুগোপালে প্ৰেৰণ…

PM CARES পুঁজিক লৈ মোডী চৰকাৰৰ কিয় ইমান লুকা-ভাকু?

photo courtesy: The Wire

PM CARES পুঁজিৰ বিতৰ্কই লগ নেৰা হৈছে কেন্দ্ৰৰ মোডী চৰকাৰক।শাসকীয় দলটো যিমানেই এই বিতৰ্কৰ পৰা আতঁৰিবলৈ চেষ্টা কৰিছে, সিমানেই নতুন নতুন তথ্যই প্ৰধানমন্ত্ৰীৰ এই বিশেষ পুঁজিক সন্দেহৰ অৱৰ্তত হে সুমুৱাই নিছে। উল্লেখযোগ্য যে চৰকাৰে RTI আৰু CAG ৰ হিচাপৰ পৰা…

অমিত শ্বাহক পুনৰ এইমছত ভৰ্তি

photo courtesy: The Week

৩ দিন পূৰ্বে ক’ভিড-১৯ নিগেটিভ অহা অমিত শ্বাহক আজি পুনৰ এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে তেখেত “অৱসাদ আৰু গাৰ বিষত” ভুগি থকাৰ বাবে ক’ভিড উত্তৰ চিকিৎসাৰ বাবে এইম্ছত ভৰ্তি কৰোৱা হৈছে। বিভিন্ন সংবাদ মাধ্যমক এইমছৰ কৰ্তৃপক্ষই জনোৱা মতে তেখেতৰ…

NEET আৰু JEE Main ২০২০ নিৰ্ধাৰিত সময়তে অনুষ্ঠিত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আজি উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা এক আবেদন খৰিজ কৰি নিৰ্ধাৰিত সময়তে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা আবেদন খন খাৰিজ কৰি কয় যে পৰীক্ষা পিছুৱালে ছাত্ৰ ছাত্ৰীৰ…

ফেচবুক-বিজেপি সম্পৰ্ক: সংসদীয় কমিটিৰ ওচৰত জবাবদিহি হ’ব ফেচবুক, বিজেপিৰ ওলোটা খৰ

photo courtesy : Newsd

ফেচবুকে নিজৰ ব্যৱসায়ীক লাভালাভৰ বাবে বিজেপি দলৰ একাংশ নেতাৰ ‘ঘৃণা বিয়পোৱা মন্তব্য’ ৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে দেশৰ ৰাজনৈতিক মহলত। Indian Express নামৰ বাতৰি কাকত খনে পৰাৰ কৰা এক বাতৰি অনুসৰি এতিয়া ‘পাৰ্লিয়ামেন্টেৰী ষ্টেণ্ডিং কমিটি ফৰ…

Part 2 : ফেচবুক আৰু বিজেপিৰ মাজত সম্পৰ্ক কেনেকুৱা আৰু কিমান পুৰণি ?

photo courtesy: DNA India

যোৱা কালিৰ বিশ্ব বিখ্যাত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ৰিপোৰ্টত ফেচবুক আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজৰ বুজা বুজিৰ তথ্য প্ৰকাশ হোৱাৰ পাছতে এতিয়া পোহৰলৈ আহিছে আৰু এনে বহুতো তথ্য যি ছ’ছিয়েল মিডিয়া প্লেটফৰ্মটো আৰু শাসকীয় দলটোৰ মাজৰ এক দীঘলীয়া সু-সম্পর্কৰ ছবি দাঙি…

ফেচবুক আৰু বিজেপিৰ মাজত কি সম্পৰ্ক?-ফাদিল হৈছে ভয়ংকৰ তথ্য

Photo Courtesy: The Logical Indian

ফেচবুকত ঘৃণা বিয়পোৱা বিজেপিৰ নেতা সকলৰ বিৰুদ্ধে ছ’ছিয়েল মিডিয়া প্লেটফৰ্মটোৱে কিয় কোনো ব্যৱস্থা নলয়? ফেচবুকৰ ‘Hate speech’ (ঘৃণা বিয়পোৱা মন্তব্য) বিৰোধী নিয়ম সমূহ কিয় প্ৰযোজ্য নহয় বিজেপি নেতাৰ বিৰুদ্ধে? কিয় ফেচবুকে এই ধৰণৰ ঘৃণা বিয়পোৱা সাম্প্ৰদায়িক মন্তব্যবোৰ নিজৰ প্লেটফৰ্মত চলি…