শ্ৰেণী শীৰ্ষ সংবাদ

নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?

নতুন বাজেটে কিমান হিতাধিকাৰী সৃষ্টি কৰিব? নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব? নতুন বাজেটক লৈ আলোচনা সমালোচনা অব্যাহত আছে৷বহুতেই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলিও আখ্যা প্ৰদান কৰিছে৷কিন্তু কেনেদৰে হিতাধিকাৰী সৃ্ষ্টি হৈছে বাজেটত,কিমান হিতাধিকাৰী সৃষ্টি হৈছে বাজেটত?আজি…

ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ’ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন…

ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ৷ নৱনিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী…

ধনৰ বিনিময়ত নাগৰিকত্ব বিক্ৰী কৰা এখন দেশৰ কাহিনী

দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ হ’ল ভানুৱাটু গণৰাজ্য। প্ৰায় ৮০ টা সৰু বৰ দ্বীপৰ  সমষ্টি হ’ল ভানুৱাটু গণৰাজ্য।  দেশখনৰ ৰাজধানী চহৰ পোৰ্ট ভিলা আৰু জনসংখ্যা প্ৰায় ৩ নিযুত। এসময়ত ইউৰোপীয় দেশসমূহৰ ঔপনিৱেশ চলা ভানুৱাটুক পূৰ্বতে নিউ হেব্ৰিডছ বুলি কোৱা…

কুঁৱাত পৰা শিশুক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু ১১ জনৰ

এজনী ৮ বছৰীয়া ছোৱালীক ৪০ ফুট গভীৰ এটা কুঁৱাৰ পৰা তুলিবলৈ যাওঁতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উদ্ধাৰ কৰিবলৈ যাওঁতে সলিল সমাধি ঘটিছে ১১ জন লোকৰ। উদ্ধাৰ কৰিবলৈ যোৱা ৪০ জন লোকৰ ২০ জনক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে । ঘটনাটোত…

এটাৰ পাছত আন এটা এনকাউন্টাৰ ৷ এনকাউন্টাৰৰ পক্ষত মুখ্যমন্ত্ৰী ৷ কিন্তু অভিযুক্তৰ পৰিয়ালে কি কয় ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণ কৰাৰ পৰাই অসম চৰকাৰে অপৰাধীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষণা কৰিছে ৷ যোৱা ১০ মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেইদিনাৰ পৰা ২৩ গৰাকী অভিযুক্তক পুলিচৰ দ্বাৰা গুলীবিদ্ধ কৰা হৈছে…

আফগানিস্থানত তালিবানৰাজ চলিব নেকি ?

আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে আফগানিস্থানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই তালিবানে পুনৰ এবাৰ আৰম্ভ কৰিছে সক্ৰিয় সামৰিক সঞ্চালন। এটাৰ পিছত এটা অঞ্চল দখল কৰি গৈছে দুৰ্ধৰ্ষ তালিবানে। উল্লেখ্য যে , বুধবাৰে পাকিস্তানৰ সীমান্তমুখী কান্ধাৰ প্ৰদেশৰ স্পিন বলদাক চহৰখন…

আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?

আফগানিস্থানত পুণৰ সক্ৰিয় হৈছে তালিবান ৷ আফগান সেনাৰ সৈতে আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষ ৷ ইয়াৰ লগে লগে ভাৰতৰো দু:শ্চিন্তা বৃদ্ধি পাইছে ৷ কিয়নো দেশখনত ভাৰতৰ বিনিয়োগৰ পৰিমান ৩ বিলিয়ন ডলাৰৰো অধিক ৷

আফগানিস্থানত নিহত ভাৰতীয় সাংবাদিক

আফগানিস্থানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ লগে লগে অশান্ত হৈ উঠিছে দেশখন ৷ পুণৰ আৰম্ভ হৈছে তালিবানৰ উপদ্ৰৱ ৷একাধিক স্থানত আফগানিস্থান সেনাৰ লগত তালিবানৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাতৰি আহিছে ৷ এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ হোৱা সময়তে নিহত হৈছে পুলিৎজাৰ…

নীট কেতিয়া অনুষ্ঠিত হ’ব ?

অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা – নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১৩ জুলাইৰ বিয়লি…