Investigative reporting with dedication.
অট্টালিকা খহি মৃত্যু কংগ্ৰেছ নেতাৰ মাতৃৰ,আৱদ্ধ পত্নী

লক্ষ্ণৌত সংঘটিত হৈছে ভয়ানক ঘটনা। মঙলবাৰৰ বিয়লি ভাগত লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলত এটা পাঁচ মহলীয়া আৱাসিক অট্টালিকা খহি পৰে।উক্ত ঘটনাত এতিয়ালৈকে এগৰাকী মহিলাৰ মৃত্যু হৈছে।ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ১৪ জনক উদ্ধাৰ কৰা হৈছে যদিও আৰু দুজনী মহিলা ধ্বংসস্তুপৰ তলত সোমাই থকা বুলি…










