The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

মুখ একেই,পৰম্পৰা অক্ষত !

লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ। দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰৰ পৰিবৰ্তে অৱশ্যে পুৰণিৰ পয়োভৰ বেছি দেখা…

মুখ একেই,পৰম্পৰা অক্ষত !

লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ। দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰৰ পৰিবৰ্তে অৱশ্যে পুৰণিৰ পয়োভৰ বেছি দেখা…

সন্ত্ৰাসবাদীৰ লক্ষ্য ৰাহুল গান্ধী !

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰা জানুৱাৰীৰ শেষৰ ফালে অৰ্থাৎ ৩০ জানুৱাৰীত অন্ত পৰিব কাশ্মীৰত।কাশ্মীৰত প্ৰৱেশ কৰাৰ পিছত ৰাহুল গান্ধীৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্ভৱ হ’বলগীয়া সাম্ভাৱ্য পৰিস্থিতিক লৈ শংকিত নিৰাপত্তা সংস্থাসমূহ।ৰাহুল গান্ধীক এই সম্পৰ্কে সজাগ হৈ থাকিবলৈ আহ্বান…

শক্তিহীন চীন কিন্তু কিয়?

ক’ভিডৰ সমস্যাই জুৰুলা কৰা দেশ চীনত দেখা দিছে এক নতুন সমস্যা।বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ চীনত দেখা দিছে এক ভয়ংকৰ সমস্যাই।অভাৱনীয়ভাৱে হ্ৰাস পাইছে দেশখনৰ জনসংখ্যা।২০২২ চনৰ শেষৰ ভাগত বেইজিঙৰ জনসংখ্যা ১হেজাৰ ৪১১কোটি ৭৫ লাখ হৈছেগৈ।মঙলবাৰে ৰাষ্ট্ৰীয় ব্যুৰ’ৰ পৰিসংখ্যা অনুসৰি বিগত বৰ্ষৰ…

দোষ কাৰ-চৰকাৰ নে ৰাজ্যপালৰ?

ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত শেহতীয়াকৈ বৃদ্ধি পাইছে তিক্ততা৷শেহতীয়াকৈ তামিলনাডু চৰকাৰ আৰু ৰাজ্যপালৰ মাজত বৃদ্ধি পাইছে ব্যৱধান ।তামিলনাডুৰ শাসক দল ডিএমকেই ৰাজ্যপালে প্ৰচলিত নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।তামিলনাডুৰ ৰাজ্যপাল গৰাকীয়ে বিধানসভাৰ অধিৱেশনৰ আৰম্ভণিতে দিবলগীয়া ভাষণত চৰকাৰে লিখি দিয়া ভাষণ…

নিযুক্তি পালে কিন্তু ভুৱা

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ বনবিভাগত বিয়াগোম নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে।শতাধিক প্ৰতাৰিত প্ৰাৰ্থীয়ে সামাজিক সংগঠনৰ সহায়ত মুখ্য বন সংৰক্ষকক দিয়ে স্মাৰক পত্ৰ।এই নিযুক্তি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে প্ৰাক্তন এছপিচিচিএফ অভিজিত ৰাভা, বনকৰ্মী সাধনা তিমুংপী আৰু এলড্ৰিন পাটৰ নামৰ এগৰাকী…

জাকৰুৱাত মাছ ধৰিলে জাকৈৰে

ভোগালী বিহুৰ উপলক্ষে নগাঁৱৰ জাকৰুৱা বিলত সমূহীয়াকৈ মাছ ধৰিলে সহস্ৰাধিক লোকে।জাল-পলত পৰিল বৰালি,ভকুৱা,শিঙৰা মাছ।ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত এতিয়া ৰাজ্যজুৰি বৈছে উচাহৰ ধল । উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবৰ বাবে সাজু হৈছে অসমীয়া ।ইয়াৰ বাবে…

শ্বীনা বৰা জীৱিত !

চিবিআইৰ এক বিশেষ আদালতে গুৱাহাটী বিমান বন্দৰৰ চিচি টিভি ফুটেজ শীঘ্ৰে জমা দিয়াৰ নিৰ্দেশ দিছে বিমান বন্দৰ কৰ্তৃপক্ষক।অৱশ্যে বিশেষ আদালতে এটা বিশেষ দিনৰ ফুটেজহে বিচাৰিছে কৰ্তৃপক্ষৰ পৰা।উল্লেখযোগ্য যে শ্বীনা বৰা নামৰ যুৱতী গৰাকী ২০১২ চনৰ এপ্ৰিলতেই হত্যা কৰাৰ অভিযোগত তেওঁৰ…

দেশৰ বাবে খেলি এতিয়া ‘হাজিৰা’ কৰিবলগীয়া পৰিস্থিতি

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাৰ হ’ল।দেশ সকলোফালে আগুৱাই গ’ল।ক্ৰীড়াৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।কোনো কোনো খেলুৱৈক ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ পিছতো দিছে বিভিন্ন চৰকাৰী সা-সুবিধা,চৰকাৰী চাকৰি !কিন্তু আন্তৰ্জাতিক পৰ্যায়ৰ ফুটবল খেলুৱৈ পলমী অধিকাৰীক কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা…

ভুৱা বিজ্ঞাপন দি বিপদত FMCG কোম্পানী

উল্লেখযোগ্য যে FMCG কোম্পানীৰ প্ৰডাক্ট Milk bikis ৰ বিজ্ঞাপন KBC জুনিয়ৰত সম্প্ৰচাৰিত হয়। KBC জুনিয়ৰ সম্প্ৰচাৰৰ সময়ত বিগ বিয়ে কৰে ইয়াৰ প্ৰমোচন ।সেই প্ৰমোচনত বিগ বিয়ে মিল্ক বিকিজৰ নিউট্ৰেচনেল ভেল্যু থকা আৰু মাতৃ আৰু শিশুৰ বাবে উপকাৰী বুলি উল্লেখ কৰে।প্ৰম’টো…