The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

সুখবৰঃ তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া চুটি ছবি “নীলা জোতা”

প্ৰায় ২টা বছৰ ধৰি ৰাজ্যৰ চিনেমাহল কিম্বা প্ৰেক্ষাগৃহ বন্ধ হৈ থকাৰ পিছত চৰম হতাশগ্ৰস্ততাই চানি ধৰিছিল শিল্পী সমাজক। কিন্তু ইয়াৰ মাজতে আহিছে এটা ভাল খবৰ। জনপ্ৰিয় পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালিত চুটি ছবি নীলা জোতা তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে।…

হিন্দুস্তান কাগজ কল নিগমৰ কৰ্মচাৰীৰ বাবে দুমাহৰ ভিতৰত মুকলি হ’ব ৫৭০ কোটি টকা

অৱশেষত হিন্দুস্থান কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ। দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অৱশেষত কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। নিশা ২ বজাত এক বিশেষ চুক্তি সম্পন্ন হোৱা বুলি টুইটযোগে প্ৰকাশ…

ৰাজধানী দিল্লীত নিষিদ্ধ হব আতচবাজীঃ কিন্তু কিয়?

দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে (ডিপিচিচি) মঙলবাৰে ১ জানুৱাৰী-২০২২ ৰ ভিতৰত দেশৰ ৰাজধানী চহৰখনত আতচবাজী বিক্ৰী আৰু জ্বলোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰি বহু বিশেষজ্ঞই ইংগিত দিছে যে বহু সংখ্যক লোকে আতচবাজী ফুটাই উদযাপন কৰিবলৈ একত্ৰিত হলে…

পদত্যাগৰ পিছত হাইকামাণ্ড আৰু সতীৰ্থৰ বিৰুদ্ধে ক্ষোভ উজাৰি কি ক’লে নৱজ্যোত সিং সিদ্ধুয়ে?

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ নেতা নৱজ্যোত সিং সিদ্ধুয়ে। পদত্যাগৰ পিছত এটা ভিডিঅ’ টুইট কৰি সিদ্ধুয়ে কয় – মই শেষলৈকে সত্য আৰু অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিম। ভিডিঅটোত সিদ্ধুয়ে লগতে কয় যে-মৰমৰ পাঞ্জাৱী ভাই-বন্ধু…

মকৰাজালত ছবি অংকন কৰি INDIA BOOK OF RECORDSত নাম অন্তৰ্ভুক্ত কৰিলে অসম সন্তান হিমাংকু দাসে

কোৱা হয় যে চিত্ৰকৰক ছবি আঁকিবলৈ কেনভাচ নালাগে। সৃষ্টিশীল মনৰ মানুহৰ বাবে পৃথিৱীয়েই হৈ পৰে বৃহৎ কেনভাচ। তাকেই প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ উদীয়মান যুৱক হিমাংকু দাসে। মকৰাজালত ছবি অংকন কৰি INDIA BOOK OF RECORDSত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে হিমাংকুয়ে।…

সুখবৰঃ ১৯ অক্টোবৰৰ পৰা খুলিব সকলো শিক্ষানুষ্ঠান

ৰাজ্যত বিগত দুটা বৰ্ষত ক’ভিড পৰিস্থিতি আৰু লকডাউনৰ বাবে বিধ্বস্ত হৈ পৰিছে সাধাৰণ জনজীৱন। ২টাকৈ শৈক্ষিক বৰ্ষ শ্ৰেণীকোঠাৰ বাহিৰত থাকি পাঠ্যক্ৰমৰ পৰা প্ৰায় সংযোগ বিচ্ছিন্ন হৈ পৰিছে শিক্ষাৰ্থী সমাজ। তদুপৰি অসমৰ দৰে ৰাজ্য এখনত অনলাইন ক্লাছেও কোনোপধ্যেই শ্ৰেণীকোঠাৰ বিকল্প হিচাপে…

আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিৰোধ্য সেনাপতি ভগৎ সিঙৰ জন্মতিথি

ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জাট নামৰ এক শিখ পৰিয়ালত। সিঙৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰ কালতেই ভগৎ সিঙে ইউৰোপীয় আন্দোলনৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিছিল। সৰুতেই সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল সিং। ইয়াৰোপৰি…

Just in- সৰ্বানন্দ সোণোৱালৰ পদত্যাগ

ৰাজ্যত সমাগত উপ নিৰ্বাচন। আজি মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সোণোৱাল। বিধানসভাৰ অধ্যক্ষৰ হাতত প্ৰদান কৰে তেওঁৰ পদত্যাগ পত্ৰ। উল্লেখ যে ইতিমধ্যে…

গ্ৰেপ্তাৰ লাট মণ্ডলঃ দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ নামত বিচাৰিছিল লাখ লাখ টকা

ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে মাটিৰ দালাল বিৰোধী অভিযান। ইয়াৰ মাজতে গুৱাহাটীত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে এজন লাট মণ্ডল।গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলগৰাকীৰ নাম গুলজাৰ হুছেইন। দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ নামত মাটিৰ দাদালৰ পৰা গুলজাৰ…

চৌদি আৰৱত নাৰী সৱলীকৰণঃ শ-শ মহিলাক নিয়োগ কৰা হৈছে মছজিদৰ কামত

চৌদি আৰৱত আৰম্ভ হৈছে নাৰী সৱলীকৰণ। কিয়নো প্ৰায় ৬০০ আৰৱী মহিলাক মছজিদৰ বিভিন্ন কামত নিয়োগ কৰিবলৈ প্ৰশিক্ষণ দিছে প্ৰশাসনে। দুটা বৃহৎ মছজিদৰ বিভিন্ন কামত নিয়োগ কৰা হব মহিলা সকলক। চৌদি ৰাজকুমাৰ মহম্মদৰ ভিজন-৩০ৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই বিশেষ…