Investigative reporting with dedication.
গঠন হ’ল অসম চুক্তি ৰূপায়নৰ বাবে ৮ জনীয়া উপ সমিতি

অসম আৰু অসমীয়াৰ ৰূপৰেখা স্বৰূপ অসম চুক্তি ৰূপায়নৰ বাবে গঠন হল ৮ জনীয়া উপ সমিতি। এই উপ সমিতিৰ অধ্যক্ষ অসম চুক্তি ৰূপায়ন আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা। সমিতিৰ অন্যান্য সদস্য সকল ক্ৰমে, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা, লোক নিৰ্মাণ আৰু…










