Reporting on
১২ জানুৱাৰীৰ পৰা আৰম্ভ হব ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং

উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে ২০২১-২২ বৰ্ষৰ বাবে NEET-PGৰ নামভৰ্তিৰ বাবে পুনৰ কাউঞ্চেলিং আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিলে। উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি পোৱা পাছতেই ১২ জানুৱাৰীৰ পৰা ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং আৰম্ভ হ’ব, এইকথা ঘোষণা কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই।…








