Investigative reporting with dedication.
কালিলৈ DSP পোছাক পৰিধান কৰিব লাভলীনা বৰগোহাঁইয়ে

টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদত লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া বিজয়ী লাভলীনা বৰগোহাঁইয়ে বুধবাৰে উপ-আৰক্ষী পদত যোগদান কৰিব। গুৱাহাটী জনতা ভ্ৰমণত এক অনুষ্ঠানত যোগদান কৰিব অসম গৌৰৱ লাভলীনাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইজন মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব অনুষ্ঠানত।…










