The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে)   কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই…

IAS অনিল স্বৰূপৰ শেহতীয়া গ্ৰন্থত প্ৰকাশ পাইছে মোদী চৰকাৰৰ বহুবোৰ গোপন অধ্যায়।

সাধাৰণ সংবাদ মেল এখন কৰিবলৈও কিয় অনুমতি ল’ব লাগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ? ৰঞ্জন গগৈৰ বিৰুদ্ধে কি অভিযোগ আনিলে IAS অনিল স্বৰূপে? IAS অনিল স্বৰূপৰ শেহতীয়া গ্ৰন্থত প্ৰকাশ পাইছে মোদী চৰকাৰৰ বহুবোৰ গোপন অধ্যায়। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ…

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক?

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: …

কাৰ কবিতা শ্ৰেষ্ঠ, ভূপেন বৰাৰ নে পীয়ূষ হাজৰিকাৰ?

অসমৰ ৰাজনীতিত আর্বিভাব দুই কবি৷ কিন্তু কাৰ কবিতা শ্ৰেষ্ঠ, ভূপেন বৰাৰ নে পীয়ূষ হাজৰিকাৰ? কাৰ কবিতাক আপুনি কেই নম্বৰ দিব? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us…

কলকাতাৰ কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ : ৯ জুনলৈ ইডিৰ জিন্মাত কেজৰিৱালৰ স্বাস্থ্যমন্ত্ৰী

অহা ৯ জুনলৈ ই ডিৰ জিন্মাতে থাকিব দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত ই ডিয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীক ৷ মঙলবাৰে সত্যেন্দ্ৰ জৈনক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওক ৯ জুন পৰ্যন্ত ই ডিৰ…

জি নিউজৰ স্বাত্বাধিকাৰীৰ বাবে কি কৰিছে বিজেপিয়ে ?

জি নিউজৰ স্বত্বাধিকাৰী তথা জি গ্ৰুপৰ অধ্যক্ষ সুভাষ চন্দ্ৰাই ৰাজস্থানত ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছে ৷ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেও মনোনোয়ন দাখিল কৰে ৷ ইয়াৰ পূৰ্বে তেও হাৰিয়ানাৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷ ৰাজস্থানত বিজেপিৰ মুঠ ৭১…

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক ?

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছে এনফোৰ্চমেন্ট ডিৰেক্টৰেটে ৷ ধনৰ অবৈধ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক ৷ ই ডিৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি , দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে হাৱালাৰ জড়িয়তে ধনৰ অবৈধ সৰবৰাহ কৰিছে ৷ ইয়াৰ বাবে…

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই…

COVID FILES : চীনৰ ৫০ হাজাৰ পি পি ই কীট ক’লৈ গ’ল ? সৰৱ কংগ্ৰেছ- অজাপ – ৰাইজৰ দল

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি পোৱাৰ কথা…

ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কীট? NHM-য়ে ক’লে-”আমি নাজানো”

চীনৰ পৰা ৫০ হাজাৰ পিপিই কীট ক্ৰয়ৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম। প্ৰশংসিত হৈছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু বিগত ১০ মাৰ্চত  দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰাৰ কথা অস্বীকাৰ কৰি কয়,’এন এইচ এম, অসমে কেতিয়াও কোনো পৰিস্থিতিত চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰা নাই ৷’