Reporting on
কোন চনত কোন দলে ইলেক্ট্ৰ’ৰেল বণ্ডৰ পৰা কিমান ধন পালে
Electoral Bond Electoral Bond
Reporting on
Electoral Bond Electoral Bond

অসমৰ বাবে এক গৌৰৱৰ ক্ষণ।পুনৰ এবাৰ ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণিত হ’ল যে অসমত প্ৰতিভা তথা কৃতিমানৰ অভাৱ নাই। শেহতীয়াকৈ বহৰি সত্ৰৰ কৃতি শিক্ষাৰ্থী মধুম্মিতা তালুকদাৰে প্ৰমাণ কৰি দেখুৱালে যে চেষ্টা কৰিলে অসাধ্য বুলি একো নাই। ২০২৪চনৰ IIT জে ই ই মেইনচ…

দেশৰ ইতিহাসত সংঘটিত হৈছে এক নোহোৱা নোপোজা ঘটনা । ১০ বছৰ শাসনত থকাৰ পাছত এতিয়া সময় আছিল মোদী চৰকাৰে বিগত কাৰ্যকালৰ সফলতাৰ খতিয়ানেৰে ৰিপোৰ্ট কাৰ্ড প্ৰকাশ কৰাৰ । কিন্তু মোদী চৰকাৰ উভতি গ’ল ১০ বছৰ আগলৈ । সপ্তদশ লোকসভাৰ শেষৰখন…

ৰাজ্যখনক ঋণত ডুবাই অসম চৰকাৰে কৰা হেলিকপ্তাৰ বিলাসিতাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অসম বিধানসভাৰ মজিয়াত । বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ বিপৰীতে অসম চৰকাৰে দাখিল কৰাৰ তথ্যৰ পৰাই উন্মোচন হৈছে ৰাজ্যৰ অৰ্থনীতিৰ ফোপোলা স্বৰূপ । এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে…

আপাদমস্তক দুৰ্নীতিত পোত খাই পৰিছে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেড । বেংকটোৰ শ্বেয়াৰ হোল্ডাৰ আৰু কেইবাগৰাকীও গ্ৰাহকে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মুখ্য প্ৰবন্ধকলৈ লিখা পত্ৰত উন্মোচন হৈছে বেংকটোৰ ভিতৰচ’ৰাত সংঘটিত এটাৰ পাছত আনটো অনিয়মৰ বিস্ফোৰক তথ্য ।…

নলবাৰী জিলাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে তৃণমূল কংগ্ৰেছ দল। জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা ব্লক সমিতি গঠন কৰি দলটোৱে সাংগঠনিক ভেটি মজবুত কৰি তুলিছে। নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাৰ নেতৃত্বত দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা…

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আকাশীযানৰ বিলাসিতাৰ বহু বিস্ফোৰক তথ্য…

দেশজুৰি আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা । গাঁৱে গাঁৱে , পঞ্চায়তে পঞ্চায়তে চলিছে মোদী চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা । কোৱা হৈছে ১৪০ কোটি ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাবলৈ চলিছে এই যাত্ৰা । কিন্তু এই প্ৰতিবেদনত আমি দেখুৱাবলৈ লৈছো মোদী…

বেছি দিন পুৰণি নহয় । ২০২৩ চনৰ ১৩ এপ্ৰিলত বিহাৰৰ মাটিত থিয় হৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে নীতিশ কুমাৰৰ দুৱাৰ বিজেপিত চিৰকাললৈ বন্ধ হ’ল । তাৰ পাছত মাত্ৰ ৮ মাহ । ৮ মাহ পাছতেই বিহাৰত বিজেপিয়ে খুলি…