Investigative reporting with dedication.
বজৰং কৰ্মীৰ হত্যাৰ প্ৰতিবাদ

শম্ভু কৈৰী হত্যাৰ বিৰুদ্ধে হাইলাকান্দিত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী সমদল। হাইলাকান্দিত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উত্তাল প্ৰতিবাদ। কৰিমগঞ্জ জিলাৰ লোৱাইৰপুৱাত বজৰং দলৰ কৰ্মী শম্ভু কৈৰীক হত্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি জিলা বজৰং দল আৰু বিশ্ব…










