Investigative reporting with dedication.
দ্বিতীয় পাকিস্তান হোৱাৰ দিশে ভাৰত !

দেশৰ অৰ্থনৈতিক উন্নয়ন ভয়াবহভাৱে হ্ৰাস পাইছে।ঘৰুৱা উৎপাদনৰ হাৰ হ্ৰাস পাইছে অভাৱহনীয় হাৰত।সাম্ভাৱ্য ভয়াবহ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ চৰকাৰে কিছু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সিন্ধান্ত লৈছে।৩৫ বিধ সামগ্ৰীৰ আবকাৰী শুল্ক বৃদ্ধিৰ লগে লগেই বৃদ্ধি পাব সেই সামগ্ৰীৰ মূল্য।কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে প্ৰস্তুত কৰিছে…










