Investigative reporting with dedication.
মুক্তি পালে ৰাজীৱ গান্ধীৰ হত্যাকাৰীয়ে

৩১বছৰ কাৰাবাস খটাৰ পিছত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুকলি কৰাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে নলিনী শ্ৰীহৰণকে ধৰি আন ৫ গৰাকীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ ৰায় প্ৰদান কৰে ন্যায়ালয়ে৷ উল্লেখযোগ্য যে বিগত মে’ মাহত ৰাজীৱ গান্ধী হত্যাৰ লগত জড়িত…










