মাহ নৱেম্বৰ 2022

সত্যেন্দ্ৰ জৈনে ১০ কোটি লোৱাৰ অভিযোগ সঁচা নেকি?

ধন সৰবৰাহৰ গোচৰত অভিযুক্ত হৈ তিহাৰ জে’লত থকা দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টী চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।কনমেন সুকেশ চন্দ্ৰশেখৰৰ পৰা মন্ত্ৰী গৰাকীয়ে ‘ছিকিউৰিটি মনি’ৰ নামত ১০ কোটি টকা লৈছিল। চন্দ্ৰশেখৰে…

‘এক হওক নগা !’

নগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে নগা সমস্যা সমাধানৰ বাবে সকলো নগাকে একেলগ হ’বলৈ আহ্বান জনাইছে।সোমাবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নগা লোক সকললৈ এই আহ্বান জনায়।বৰ্তমান ইউনাইটেড ডেম’ক্ৰেটিক এলায়েন্সৰ অধ্যক্ষৰ পদতো থকা জেলিয়াঙে সংবাদমেলত কয় “ বৰ্তমান আমি…

হাল এৰি শিয়াল খেদাতহে ব্যস্ত বিজেপি?

মৃত্যুতকৈ প্ৰধানমন্ত্ৰীৰ ফটো ছেচনৰ গুৰুত্ব বেছি গুজৰাট চৰকাৰৰ দৃষ্টিত।সেই কথা গুজৰাট চৰকাৰ তথা প্ৰশাসনৰ শেহতীয়া কাম-কাজেই প্ৰমাণ কৰিছে।মৃত্যু বিজেপিৰ বাবে যেন ডাঙৰ ইছ্যু নহয় , প্ৰধানমন্ত্ৰীৰ ভ্ৰমণহে ডাঙৰ ইছ্যু ।দলং দুৰ্ঘটনাৰ ভুক্তভোগীক এৰি হস্পিতেলত লগাইছে টাইলছ,কৰিছে ৰং গোটেই নিশা হস্পিতাল…

ঋণ নাই,অথচ কিস্তি কাটে বেংকে কিন্তু ক’ত?

ৰখীয়া নোহোৱা গৰু আৰু ঢাকোন নোহোৱা চৰু লৈ পৰিণত হৈছে মেৰাপানী শাখাৰ পাঞ্জাৱ নেচনেল বেঙ্ক। প্ৰায় ৬ মাহৰ পূৰ্বতে গ্ৰাহকৰ কষ্টোপাৰ্জিত ধনৰ হৰলুকি, একাউন্টতে গ্ৰাহকৰ ধন নোহোৱা হোৱা, গ্ৰাহকৰ একাউন্ট ধন কৰ্তন হৈ যোৱা আদি বিভিন্ন ঘটনাই গ্ৰাহকক জ্বলা-কলা খুওৱাৰ…

বাংলাদেশীক নাগৰিকত্বৰ প্ৰক্ৰিয়া আৰম্ভ

গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। গুজৰাটত নাগৰিকত্ব দিয়া হ’ব বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু,শিখ,বৌদ্ধ,জৈন,পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক।৩১ অক্টোবৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। বৈধ নথি-পত্ৰ পৰীক্ষা কৰি জিলা…